• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট বিজেপি; কেইবাজনো নেতাই ত্যাগ কৰিলে দল

Nation NE by Nation NE
October 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট বিজেপি; কেইবাজনো নেতাই ত্যাগ কৰিলে দল
Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে অথন্তৰত পৰিছে বিজেপি। প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কেইবাজনো শীৰ্ষ নেতাই এৰিছে দল। এজন বৰ্তমানৰ বিধায়ক আৰু তিনিজন প্ৰাক্তন বিধায়ককে ধৰি কেইবাজনো নেতাৰ দলত্যাগে দলটোৰ ভিতৰত বৃদ্ধি পোৱা অসন্তুষ্টিৰ প্ৰতিফলন ঘটাইছে।

দল ত্যাগ কৰা নেতাসকলে ডাঙৰ অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে নিজৰ কৰ্মীক আওকাণ কৰি আন দলৰ নেতাক নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে।

ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে অসন্তুষ্ট এজন বিজেপি নেতাই কয়, “আমি যথেষ্ট আঘাত পাইছো। প্ৰাৰ্থী তালিকাখন যদি চাই তেন্তে আপুনি দেখিব দলে নিজৰ নিষ্ঠাবান কৰ্মীসকলক আওকাণ কৰি অন্য দলৰ পৰা বিজেপিত যোগদান কৰা নেতাসকলৰ ওপৰত অধিক আস্থা প্ৰকাশ কৰিছে। এই পৰ্যন্ত ঘোষণা কৰা ৬৬ জন প্ৰাৰ্থীৰ ভিতৰত আধাতকৈ অধিক প্ৰাৰ্থী অন্য দলৰ”।

বিজেপিৰ পৰা টিকট পোৱা নেতাসকলৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেন, তেওঁৰ পুত্ৰ বাবুলাল সোৰেন, লবিন হেমব্ৰম, গংগা নাৰায়ণ, মঞ্জু দেৱী, গীতা কোডা, সীতা সোৰেন আৰু ৰামচন্দ্ৰ চন্দ্ৰবংশী আদি।

ইফালে অসমৰ মুখ্যমন্ত্রী তথা ঝাৰখণ্ড বিধানসভা নির্বাচনৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শর্মাই দলৰ ভিতৰচ’ৰাত কোনো ধৰণৰ অসন্তুষ্টি নাই বুলি মন্তব্য কৰে৷

তেওঁ কয় যে বিজেপি এটা ডাঙৰ ৰাজনৈতিক দল, সেয়েহে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিছত নেতাসকলৰ মাজত কিছু ক্ষোভৰ সৃষ্টি হোৱাটো স্বাভাৱিক। অসন্তুষ্ট নেতাসকলক সাক্ষাত কৰিব বুলিও শৰ্মাই কয়।

উল্লেখ্য যে, নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে, ২৩ নৱেম্বৰত মহাৰাষ্ট্ৰৰ লগতে ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

৮১ খন আসনযুক্ত ঝাৰখণ্ড বিধানসভাৰ ৪৪ খন আসন সংৰক্ষিত নহয়। ইয়াৰ উপৰি এছ টিৰ বাবে ২৮ খন আৰু এছ চিৰ বাবে ৯ খন আসন সংৰক্ষিত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমান আছে প্ৰায় ২.৬ কোটি ভোটাৰ।

Tags: #JharkhandAssembly ElectionBJP

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025