• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 13, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট বিজেপি; কেইবাজনো নেতাই ত্যাগ কৰিলে দল

Nation NE by Nation NE
October 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট বিজেপি; কেইবাজনো নেতাই ত্যাগ কৰিলে দল
Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে অথন্তৰত পৰিছে বিজেপি। প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কেইবাজনো শীৰ্ষ নেতাই এৰিছে দল। এজন বৰ্তমানৰ বিধায়ক আৰু তিনিজন প্ৰাক্তন বিধায়ককে ধৰি কেইবাজনো নেতাৰ দলত্যাগে দলটোৰ ভিতৰত বৃদ্ধি পোৱা অসন্তুষ্টিৰ প্ৰতিফলন ঘটাইছে।

দল ত্যাগ কৰা নেতাসকলে ডাঙৰ অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে নিজৰ কৰ্মীক আওকাণ কৰি আন দলৰ নেতাক নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে।

ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে অসন্তুষ্ট এজন বিজেপি নেতাই কয়, “আমি যথেষ্ট আঘাত পাইছো। প্ৰাৰ্থী তালিকাখন যদি চাই তেন্তে আপুনি দেখিব দলে নিজৰ নিষ্ঠাবান কৰ্মীসকলক আওকাণ কৰি অন্য দলৰ পৰা বিজেপিত যোগদান কৰা নেতাসকলৰ ওপৰত অধিক আস্থা প্ৰকাশ কৰিছে। এই পৰ্যন্ত ঘোষণা কৰা ৬৬ জন প্ৰাৰ্থীৰ ভিতৰত আধাতকৈ অধিক প্ৰাৰ্থী অন্য দলৰ”।

বিজেপিৰ পৰা টিকট পোৱা নেতাসকলৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেন, তেওঁৰ পুত্ৰ বাবুলাল সোৰেন, লবিন হেমব্ৰম, গংগা নাৰায়ণ, মঞ্জু দেৱী, গীতা কোডা, সীতা সোৰেন আৰু ৰামচন্দ্ৰ চন্দ্ৰবংশী আদি।

ইফালে অসমৰ মুখ্যমন্ত্রী তথা ঝাৰখণ্ড বিধানসভা নির্বাচনৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শর্মাই দলৰ ভিতৰচ’ৰাত কোনো ধৰণৰ অসন্তুষ্টি নাই বুলি মন্তব্য কৰে৷

তেওঁ কয় যে বিজেপি এটা ডাঙৰ ৰাজনৈতিক দল, সেয়েহে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিছত নেতাসকলৰ মাজত কিছু ক্ষোভৰ সৃষ্টি হোৱাটো স্বাভাৱিক। অসন্তুষ্ট নেতাসকলক সাক্ষাত কৰিব বুলিও শৰ্মাই কয়।

উল্লেখ্য যে, নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। অহা ১৩ নৱেম্বৰ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে, ২৩ নৱেম্বৰত মহাৰাষ্ট্ৰৰ লগতে ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

৮১ খন আসনযুক্ত ঝাৰখণ্ড বিধানসভাৰ ৪৪ খন আসন সংৰক্ষিত নহয়। ইয়াৰ উপৰি এছ টিৰ বাবে ২৮ খন আৰু এছ চিৰ বাবে ৯ খন আসন সংৰক্ষিত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমান আছে প্ৰায় ২.৬ কোটি ভোটাৰ।

Tags: #JharkhandAssembly ElectionBJP

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025