• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নেৰানেপেৰা বৰষুণৰ মাজতে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা; ১৭ জন শ্ৰমিক আৱদ্ধ

Nation NE by Nation NE
October 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
নেৰানেপেৰা বৰষুণৰ মাজতে খহি পৰিল নিৰ্মাণাধীন অট্টালিকা; ১৭ জন শ্ৰমিক আৱদ্ধ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পূব বাংগালুৰুৰ বাবু সাপল্যা অঞ্চলত বিগত কিছুদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ মাজতে ভাঙি পৰিল এটা নিৰ্মাণাধীন অট্টালিকা। ১৭ জন শ্ৰমিক অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি আশংকা প্ৰকাশ কৰা হৈছে।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি, দুৰ্ঘটনাটোৰ পিছতে জৰুৰীকালীন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ীৰ লগতে এটা উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হয়।

ঘটনাস্থলত উপস্থিত থকা এজন আৰক্ষী বিষয়াই জনোৱা মতে, সন্ধিয়া ধাৰাসাৰ বৰষুণৰ মাজতে অট্টালিকাটো ভাঙি পৰে। ইয়াৰ মাজতে ১৭ জন শ্ৰমিক আৱদ্ধ হৈ পৰাৰ সম্ভাৱনা আছে। অট্টালিকাটো ভাঙি পৰাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰৰ কাম আৰম্ভ কৰা হয়।

উল্লেখ্য যে, সোমবাৰে নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সমগ্ৰ বাংগালুৰু চহৰতে বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পানী জমা হোৱাৰ বাবে বহু পথ বন্ধ হৈ থকাৰ বাবে প্ৰশাসনে পথত নাও মুকলি কৰি জনসাধাৰণক উদ্ধাৰ কৰিছে।

ইফালে, সোমবাৰে বাংগালুৰুত মুকলি মেনহ’লত পৰি এগৰাকী ৫৬ বছৰীয়া মহিলাৰ মৃত্যু হয়।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি মঙলবাৰে পুৱালৈকে বাংগালুৰুৰ গ্ৰাম্য অঞ্চলত ১৭৬ মিলিমিটাৰ বৰষুণ হৈছে। আনহাতে বাংগালুৰু চহৰ অঞ্চলত ১৫৭ মিলিমিটাৰ বৰষুণ হৈছে।

আনহাতে ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ বাবে মহানগৰীৰ বিদ্যালয়সমূহ সাময়িকভাৱে বন্ধ ৰখা হৈছে।

Tags: BengaluruBuilding CollapseHeavy Rainfall

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025