• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০ হাজাৰ কোটি উপাৰ্জন, Bhool Bhulaiyaa 3 মুক্তিৰ পূৰ্বে কি ক’লে ৰাজপাল যাদৱে?

Nation NE by Nation NE
October 24, 2024
in Top News, বিনোদন
0 0
১০ হাজাৰ কোটি উপাৰ্জন, Bhool Bhulaiyaa 3 মুক্তিৰ পূৰ্বে কি ক’লে ৰাজপাল যাদৱে?
Share on FacebookShare on TwitterWhatsApp

ৰাজপাল যাদৱৰ অভিনয়ক সকলো লোকেই পচন্দ কৰি আহিছে। তেওঁৰ এই কমিক টাইমিঙক লৈ দৰ্শক যথেষ্ট আপ্লুত হয়। এইবাৰ তেওঁক কাৰ্তিক আৰ্য়ানৰ ভূল ভুলাইয়া ৩ ৰ লগতে বৰুণ ধাৱনৰ বেবী জনতো দেখা যাব।

দীপাৱলীত অৰ্থাৎ ১ নৱেম্বৰত তেওঁৰ ছবি ভূল ভুলাইয়া ৩ মুক্তি পাবলৈ গৈ আছে। এই ছবিখনত তেওঁক কাৰ্তিক আৰ্য়ান, বিদ্যা বালন, মাধুৰী দীক্ষিত আৰু ত্ৰিপ্তী ডিমৰীৰ দৰে তাৰকাৰ সৈতে দেখা যাব। ইয়াৰ পিছত বৰুণ ধাৱনৰ একচন মনোৰঞ্জনকাৰী বেবী জন ছবিতো দেখা যাব ৰাজপাল যাদৱক। ৰাজপাল যাদৱৰ এই দুয়োখন ছবিয়ে বক্স অফিচত ভাল ব্যৱসায় কৰিবলৈ সফল হ’ব বুলি ধাৰণা কৰা হৈছে।

ভূল ভুলাইয়া ৩ আৰু বেবী জনে কিমান উপাৰ্জন কৰিব আৰু ইয়াৰ প্ৰতি দৰ্শকে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া মুক্তিৰ পিছত জানিব পৰা যাব। কিন্তু বক্স অফিচৰ নম্বৰ সন্দৰ্ভত ৰাজপাল যাদৱে নিশ্চিতভাৱে ইচ্ছা প্ৰকাশ কৰিছে।

এক সাক্ষাৎকাৰত ৰাজপাল যাদৱে কয় যে, তেওঁৰ ছবিখনে ১০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিব বুলি আশা কৰিছে। সাক্ষাৎকাৰৰ সময়ত ৰাজপাল যাদৱে কয় যে, তেওঁ বিশ্বৰ আটাইতকৈ ডাঙৰ ছবিখনত কাম কৰিব বিচাৰে আৰু সেই ছবিখনে কেইবা হাজাৰ কোটি টকাৰ ব্যৱসায় কৰাটো বিচাৰে। তেওঁ কয় যে, যদি এতিয়া ৬০০ কোটি, ৮০০ কোটি টকাৰ চিনেমা আছে, তেন্তে ৰাজপালৰ ওপৰত এখন চিনেমা নিৰ্মাণ কিয় নহয়, যাৰ বাবে ১০০০ কোটি টকা খৰচ হ’ব আৰু ১০ হাজাৰ কোটি টকা উপাৰ্জন হ’ব।

২০২৪ত ৰাজপাল যাদৱৰ বহু ছবিয়ে মুক্তি লাভ কৰিছে। তেওঁৰ ছবি “কাম চালু হ্যায়” ZEE5 ত আহিছিল, যিখনৰ প্ৰচাৰ কান চলচ্চিত্ৰ মহোৎসৱতো হৈছিল। ইয়াৰ উপৰিও তেওঁ সুপ্ৰিয়া পাঠক, ছানী সিং আৰু অভনীত কৌৰৰ ছবি “লাভ কি এৰেঞ্জড মেৰেজ”ত অভিনয় কৰিছিল। এইবোৰৰ উপৰিও তেওঁক ৰাজপাল যাদৱক “চান্দু চেম্পিয়ন” ছবিতো দেখা গৈছিল।

Tags: entertainmentMoviesRajpal Jadav

Related Posts

‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025