• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 13, 2025
32 °c
Guwahati
27 ° Mon
28 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কেতিয়াও পাকিস্তানৰ অংশ নহও : সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ সকিয়নী ওমৰ আব্দুল্লাৰ

      Nation NE by Nation NE
      October 25, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কেতিয়াও পাকিস্তানৰ অংশ নহও : সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ সকিয়নী ওমৰ আব্দুল্লাৰ
      Share on FacebookShare on TwitterWhatsApp

      নেচনেল কনফাৰেন্সৰ প্ৰধান ফাৰুক আব্দুল্লাই জম্মু-কাশ্মীৰত সংঘটিত হৈ থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক দোষাৰোপ কৰিছে। উপত্যকাটোত হৈ থকা সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবৰ বাবে পাকিস্তানক সকিয়নীও প্ৰদান কৰে আব্দুল্লাই।

      কেন্দ্ৰীয় শাসিত অঞ্চলত ধাৰাবাহিকভাৱে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ফাৰুক আব্দুল্লাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

      উল্লেখ্য যে বৃহস্পতিবাৰে নিশা বাৰামুল্লাত সেনাবাহিনীৰ এখন বাহনক লক্ষ্য কৰি লোৱা হয়। এই আক্ৰমণত দুজন জোৱান আৰু দুজন সাধাৰণ নাগৰিককে ধৰি চাৰিজন লোক নিহত হয়। ইয়াৰ তিনিদিন পূৰ্বে ছয়জন শ্ৰমিক আৰু এজন চিকিৎসককো গুলীয়াই হত্যা কৰা হৈছিল।

      ফাৰুক আব্দুল্লাই কয়, “যেতিয়ালৈকে আমি উপযুক্ত সমাধান বিচাৰি নাপাওঁ তেতিয়ালৈকে এনেধৰণৰ কাৰ্যকলাপ (সন্ত্রাসবাদী আক্রমণ) ৰাজ্যখনত চলি থাকিব… আমি সকলোৱে ইয়াৰ শিপাৰ সৈতে পৰিচিত। ৩০ বছৰ ধৰি মই নিৰীহ লোকৰ ওপৰত চলাই থকা আক্ৰমণ আৰু হত্যাকাণ্ড দেখি আহিছো। আমি পাকিস্তানৰ অংশ কেতিয়াও নহও বুলি জানিও তেওঁলোক (পাকিস্তান) কিয় এই কাম কৰি আছে আৰু তেওঁলোকৰ ভৱিষ্যত ধ্বংস কৰি আছে…?”

      আব্দুল্লাই স্থানীয় এটা নিউজ চেনেলক কয়, “আমাৰ বহু সতীৰ্থ শ্বহীদ হৈছে… কিন্তু প্ৰতি বছৰে এই কাম চলি থাকে, আৰু ইয়াৰ বাবে কোন দায়ী সেয়া আপুনি জানে। তেওঁলোকে ভুলকৈ ভাবে যে ইয়াৰ ফলত তেওঁলোকে কাশ্মীৰক পাকিস্তানৰ অংশ কৰিব পাৰিব।”

      তেওঁ কয়, “তেওঁলোকে নিজৰ দেশত উদ্ভৱ হোৱা সমস্যাসমূহৰ ওপৰত গুৰুত্ব দিব লাগে। মই তেওঁলোকক আহ্বান জনাইছো যে এইটো শেষ কৰি বন্ধুত্বৰ উপায় বিচাৰি উলিয়াওক… নহ’লে সমস্যাৰ সৃষ্টি হ’ব।”

      ফাৰুক আব্দুল্লাই তেওঁৰ পুত্ৰ তথা মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দিয়া বক্তব্য পুনৰবাৰ উল্লেখ কৰি কয়, “আঘাতপ্ৰাপ্ত আৰু মৃত্যু হোৱাসকলৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো।”

      Tags: Farooq AbdullahJammu and KashmirTerror Attack

      Related Posts

      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…
      Top News

      July 13, 2025
      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল
      Top News

      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

      July 13, 2025
      আমেৰিকা-ইজৰাইলৰ বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা ইৰানৰ!
      Top News

      ইৰাণৰ ৰাষ্ট্ৰপতি প্ৰাণ লোৱাৰ কৰাৰ পৰিকল্পনা ইজৰাইলৰ! জানক সবিশেষ

      July 13, 2025
      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      শ্বেখ হাছিনালৈ আন এক বিপৰ্যয়, জানক সবিশেষ…

      July 13, 2025
      ধিক মানসিকতা! ডাইনীৰ সন্দেহত মহিলাৰ গৃহ লণ্ড-ভণ্ড দূৰ্বৃত্তৰ…

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?
      Top News

      কিডনীক নীৰৱে ক্ষতি কৰা ১০ দৈনন্দিন অভ্যাসৰ বিষয়ে সবিশেষ…

      July 13, 2025

      শীৰ্ষ সংবাদ

      এখন আচৰিত বিয়া, পলাতক দৰা-কইনাক বান্ধি আনি সম্পূৰ্ণ হিন্দু ধৰ্মৰে পাতি দিলে বিয়া…

      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

      ইৰাণৰ ৰাষ্ট্ৰপতি প্ৰাণ লোৱাৰ কৰাৰ পৰিকল্পনা ইজৰাইলৰ! জানক সবিশেষ

      শ্বেখ হাছিনালৈ আন এক বিপৰ্যয়, জানক সবিশেষ…

      ধিক মানসিকতা! ডাইনীৰ সন্দেহত মহিলাৰ গৃহ লণ্ড-ভণ্ড দূৰ্বৃত্তৰ…

      কিডনীক নীৰৱে ক্ষতি কৰা ১০ দৈনন্দিন অভ্যাসৰ বিষয়ে সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -