• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; স্থান নাপালে এই কেইগৰাকী তাৰকাই

Nation NE by Nation NE
October 26, 2024
in Top News, ক্ৰীড়া
0 0
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; স্থান নাপালে এই কেইগৰাকী তাৰকাই
Share on FacebookShare on TwitterWhatsApp

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। অষ্ট্ৰেলিয়াৰ মাটিত খেলিবলগীয়া ৫ খন মেচৰ এই শৃংখলাটো ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে এই শৃংখলাটো ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।

এই শৃংখলাটোৰ বাবে শুকুৰবাৰে বিচিচিআইয়ে ৰোহিত শৰ্মাৰ নেতৃত্বত ১৮ জনীয়া দলটো ঘোষণা কৰে। ১৮ জনৰ ভিতৰত তিনিজন ৰিজাৰ্ভ হিচাপে থাকিব।

উল্লেখ্য যে, ২০২০-২১ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ যোৱা ভাৰতে ২-১ ব্যৱধানত শৃংখলা দখল কৰিছিল।

বিগত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত টিম ইণ্ডিয়াৰ অধিনায়ক আছিল বিৰাট কোহলী। কিন্তু তেওঁ মাত্ৰ এখন মেচহে খেলিছিল। ইয়াৰ পিছত আজিংক্য ৰাহানেই অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰে। কিন্তু এইবাৰ আজিংক্য ৰাহানে দলত স্থান লাভ কৰা নাই।

ৰাহানেৰ উপৰিও অভিজ্ঞ বেটছমেন চেতেশ্বৰ পূজাৰাকো দলত স্থান দিয়া হোৱা নাই। ইয়াৰ উপৰি যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণত টিম ইণ্ডিয়াৰ ঐতিহাসিক জয়ৰ অংশ হিচাপে থকা মায়ংক আগৰৱাল, ঋদ্ধিমান সাহা, পৃথ্বী শ্ব’, হনুমা বিহাৰী, উমেশ যাদৱ আৰু টি নটৰাজনকো দলত স্থান দিয়া নাই।

ইফালে আঘাতৰ বাবে এই ভ্ৰমণৰ বাবে নিৰ্বাচিত হোৱা নাই তাৰকা স্পিনাৰ কুলদীপ যাদৱ। বিচিচিআইয়ে প্ৰেছ বিজ্ঞপ্তিটোত কয় যে কুলদীপে দীৰ্ঘদিন ধৰি গ্ৰ’ইন সমস্যাত ভুগি আহিছে আৰু ইয়াৰ নিৰাময়ৰ বাবে তেওঁ বেংগালুৰুত বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত থাকিব।

ইফালে মহম্মদ ছামীয়েও আঘাতৰ বাবে এই দলৰ অংশ হ’ব পৰা নাই। আনহাতে, অষ্ট্ৰেলিয়া ভ্ৰমণৰ সুযোগো পোৱা নাই শাৰদুল ঠাকুৰে। ২০২০-২১ বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলৰ অংশ আছিল এই তিনিগৰাকী খেলুৱৈ।

২০২৪-২৫ বৰ্ষৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো

ৰোহিত শৰ্মা (অধিনায়ক), জশপ্ৰীত বুমৰাহ, যশস্বী জয়ছৱাল, অভিমন্যু ইশ্বৰন, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্ট, ছৰফৰাজ খান, ধ্ৰুৱ জুৰেল, আৰ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজ, আকাশ দ্বীপ, প্ৰসিদ্ধ কৃষ্ণা, হৰ্ষিত ৰানা, নিতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ।

ৰিজাৰ্ভ : মুকেশ কুমাৰ, নৱদীপ সাইনী, খলীল আহমেদ

Tags: Border-Gavaskar TrophyIndiaIndia vs AustraliaTest Series

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025