• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৩ লাখ টকাৰ চাহ, ২০০ কোটি টকাৰ সোণৰ বাথৰুম, নীতা আম্বানীৰ কিছু অদ্ভুত চখৰ বিষয়ে জানি আচৰিত হ’ব আপুনি

Nation NE by Nation NE
October 27, 2024
in Top News, বিনোদন
0 0
৩ লাখ টকাৰ চাহ, ২০০ কোটি টকাৰ সোণৰ বাথৰুম, নীতা আম্বানীৰ কিছু অদ্ভুত চখৰ বিষয়ে জানি আচৰিত হ’ব আপুনি
Share on FacebookShare on TwitterWhatsApp

ভাৰত তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ নাম আৰু পত্নী নীতা আম্বানীৰ নাম নথকাটো সম্ভৱ নহয়। নীতা আম্বানীয়েও ব্যৱসায়ত নিজৰ স্বামীক সমানে সহায় কৰে।

নিজাকৈ সংগঠনো গঠন কৰি তাৰ পৰা বহু উপাৰ্জন কৰে। তেওঁৰ ইমানেই ধন-সম্পত্তি আছে যে, তেওঁ পৃথিৱীৰ ৫০খনতকৈও অধিক দেশ সহজেই কিনিব পাৰে। নীতা আম্বানীৰ কিছুমান অদ্ভুত চখৰ কথা জানো আহক।

  • ৩ লাখ টকাৰ চাহ

৩ লাখ টকাৰে আৰম্ভ হয়- মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ দিনটো। নীতা আম্বানীয়ে প্ৰতিদিনে পুৱা বিশেষভাৱে বনোৱা কাপত চাহ খায়, যাৰ দাম মাত্ৰ ৩ লাখ টকা। কেৱল এয়াই নহয়, চাহক স্বাস্থ্যসন্মত কৰি তুলিবলৈ বহিঃৰাজ্যৰ পৰাও চাহ আমদানি কৰা হয়।লগতে কেতিয়াবা, জাপানীজ বিশেষ পাত্ৰত চাহ খায়।

  • হেণ্ডবেগ আৰু জোতা

নীতা আম্বানীৰ হেণ্ডবেগ খুবেই আকৰ্ষিত। চেনেল, গোয়াৰ্ড আৰু জিম্মীৰ জোতাৰ দৰে বিশ্বৰ বিখ্যাত ব্ৰেণ্ডৰ হেণ্ডবেগ তেওঁৰ ষ্টাইলত অন্তৰ্ভুক্ত কৰা হৈছে। নীতাই বেছিভাগ সময়তে ক্লাচৰ বেগ ব্যৱহাৰ কৰে। সেইবোৰৰ মূল্যও লাখ লাখ টকা বুলি কোৱা হয়। সেইবোৰৰ দাম ৩-৪ লাখ টকাৰ পৰা আৰম্ভ হয়। ষ্টাইলিছ জোতাৰ প্ৰতি বৰ আকৰ্ষণ নীতা আম্বানীৰ।

এখন ইংৰাজী বাতৰি কাকতৰ মতে, নীতা আম্বানীয়ে কেতিয়াও নিজৰ সাজ-পোছাক আৰু জোতাৰ পুনৰাই পৰিধান নকৰে। তেওঁৰ ওচৰত পেড্ৰ’, গাৰ্চিয়া, জিম্মি শ্বু’, পেলমোডা, মাৰ্লিন ব্ৰেণ্ডৰ জোতা আৰু চেণ্ডেল আছে। এই আটাইকেইটা ব্ৰেণ্ডৰ জোতাৰ দাম আৰম্ভণিতে ১ লাখতকৈও অধিক।

  • পৃথিৱীৰ আটাইতকৈ দামী বাথৰুম

মানুহে গা ধোৱাৰ বাবে সৰ্বাধিক এক-দুই কোটি খৰচ কৰিব পাৰে। কিন্তু যদি আমি নীতা আম্বানীৰ বাথৰুমৰ কথা কওঁ, তেন্তে সেয়া পৃথিৱীৰ আটাইতকৈ বিলাসী বাথৰুম। সূত্ৰ অনুসৰি, এই বাথৰুমৰ দাম প্ৰায় ২০০ কোটি টকা।

  • বিশ্বৰ আটাইতকৈ দামী ফোন

একেদৰে নীতা আম্বানীয়ে ব্যৱহাৰ কৰা ফোনটোও সোণেৰে কাষ্ট’মাইজ কৰা হৈছে। যিটো নীতা আম্বানীয়ে সদায় নিজৰ লগত ৰাখে। ইয়াৰ খৰচ প্ৰায় ৩০০ কোটি টকা। এই স্মাৰ্টফোনৰ বিশেষত্ব হৈছে- ইয়াক সোণেৰে আৱৰণ দিয়া হৈছে।

  • বিশ্বৰ আটাইতকৈ দামী পানী

নীতা আম্বানীয়ে খোৱা পানীও অতি মূল্যৱান। এই পানীৰ দাম ইমানেই বেছি যে, সাধাৰণ মানুহে নিজৰ জীৱনকালত এই পানী কেতিয়াও পান কৰিব নোৱাৰে। নীতা আম্বানীয়ে যি বটলৰ পৰা পানী খায়, সেই পানী বটলৰ মূল্য প্ৰায় ৪০ লাখ টকা।

এই পানী বটল বিদেশী কোম্পানী Acqua di Cristallo Tributo য়ে প্ৰস্তুত কৰিছে আৰু ইয়াক প্ৰস্তুত কৰিবলৈ বিশুদ্ধ সোণ ব্যৱহাৰ কৰা হয়। কোৱা হয় যে, এইটোৱেই এই বটলৰ বিশেষত্ব। তাত পানী ভৰোৱাৰ লগে লগে নিয়মিত পৰিমাণৰ সোণ পানীতে দ্ৰৱীভূত হয়।

Tags: entertainmentIndian newsLatest newsNita Ambani

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025