• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 15, 2026
27 °c
Guwahati
26 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আলট্ৰাচাউণ্ড ৰিপোৰ্টত ধৰা পৰে ষ্ট’ন, পিছে চেন্নাইৰ এপ’ল’ হাস্পতাল পোৱাৰ লগে লগে নোহোৱা হ’ল ষ্ট’ন

Nation NE by Nation NE
October 27, 2024
in Top News, অসম
0 0
আলট্ৰাচাউণ্ড ৰিপোৰ্টত ধৰা পৰে ষ্ট’ন, পিছে চেন্নাইৰ এপ’ল’ হাস্পতাল পোৱাৰ লগে লগে নোহোৱা হ’ল ষ্ট’ন
Share on FacebookShare on TwitterWhatsApp

শিলচৰৰ ডায়গন’ষ্টিক চেন্টাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰোগীৰ আলট্ৰাচাউণ্ড ৰিপোৰ্টত ধৰা পৰে 13.7 MM gallbladder stone, পিছে চেন্নাইৰ এপ’ল’ হাস্পতাল পোৱাৰ লগে লগে নোহোৱা হ’ল ষ্ট’ন।

চেন্নাইৰ পৰা উভতি আহি ডায়গন’ষ্টিক চেন্টাৰসহ ৰেডিঅ’লজিষ্টৰ বিৰুদ্ধে গোচৰ ভুক্তভোগী পৰিয়ালৰ। ভুক্তভোগী পৰিয়ালটোৱে ডায়গন’ষ্টিক চেন্টাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে।

কাছাৰৰ সোনাবাড়িঘাটৰ এটা পৰিয়ালে ভুল ৰিপোৰ্ট দিয়াৰ অভিযোগ উত্থাপিত কৰি শিলচৰ মেহেৰপুৰস্থিত শিলচৰ হেল্থ কেয়াৰ নামৰ এখন ডায়গন’ষ্টিক চেন্টাৰৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত এক গোচৰ ৰুজু কৰে।

পৰিয়ালৰ অভিযোগ অনুসৰি, ৰেজিয়া বেগম নামৰ এগৰাকী ৰোগীৰ শিলচৰ হেল্থ কেয়াৰত আলট্ৰাচাউণ্ড কৰা হৈছিল। আলট্ৰাচাউণ্ড ৰিপোৰ্টত ৰোগীজনৰ gallbladder ত 13.7 MM ষ্ট’ন ধৰা পৰিছিল।

ষ্ট’ন ধৰা পৰাৰ পাছতেই ৰোগীজনক তাৎক্ষণিকভাৱে অপাৰেচনৰ নিৰ্দেশ দিছিল চিকিৎসকে। পিছে শিলচৰত অপাৰেচন নকৰাই ৰোগীৰ পৰিয়াল যায় চেন্নাইৰ এপ’ল’ হাস্পতালত। এপ’ল’ হাস্পতালত যোৱাৰ পাছত হাস্পতালৰ কৰ্তব্যৰত চিকিৎসকে ৰোগীৰ পুনৰ টেষ্ট কৰে।

কিন্তু চেন্নাইৰ এপ’ল’ হাস্পতালত কৰা টেষ্টত ৰোগীৰ gallbladder ত কোনো ষ্ট’ন ধৰা নপৰে। চিকিৎসকে পৰিয়ালক কয় যে, ৰোগীৰ gallbladder ত কোনো stone নাই, তেওঁক ঘৰলৈ লৈ যাব পাৰে। এপ’ল’ হাস্পতালৰ চিকিৎসকৰ এনে কথা শুনি ৰোগীৰ পৰিয়ালে ৰোগীক লৈ শিলচৰলৈ উভতি আহে।

শিলচৰত উপস্থিত হৈ তেওঁলোকে পোনেপোনে শিলচৰ সদৰ আৰক্ষী চকীত উপস্থিত হৈ শিলচৰ হেল্থ কেয়াৰ সহ আলট্ৰাচাউণ্ড কৰা চিকিৎসকৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ। ভুল ৰিপৰ্ট দিয়াৰ অভিযোগ উত্থাপিত কৰি গোচৰ ৰুজু কৰে পৰিয়ালটোৱে।

ইপিনে এই সমগ্ৰ অভিযোগ খণ্ডন কৰি শিলচৰ হেল্থ কেয়াৰ নামৰ ডায়গন’ষ্টিক চেন্টাৰটোৰ ৰেডিওলজিস্টে কয় যে, তেওঁলোকৰ ৰিপৰ্ট ভুল নহয়। চেন্নাইৰ এপ’ল’ হাস্পতালত ৰোগীৰ জনৰ চিটি স্কেন কৰা হৈছিল আৰু চিটি স্কেনত gallbladder ষ্ট’ন ধৰা নপৰে । চিটি স্কেন আৰু আলট্ৰাচাউণ্ড দুটা বেলেগ বেলেগ বিষয় বুলি কয় ডায়গন’ষ্টিক চেন্টাৰৰ ৰেডিঅ’লজিষ্ট গৰাকীয়ে।

Tags: ChennaiSilcharultrasound

Related Posts

নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

May 15, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 15, 2026
গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

May 14, 2026
অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

শীৰ্ষ সংবাদ

নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025