• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 9, 2025
28 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ‘কৰণ অৰ্জুন আহিব’, ছলমান খানৰ ডাঙৰ ঘোষণা, মুক্তিৰ পূৰ্বে তাৰিখো ঘোষণা কৰা হৈছে

      Nation NE by Nation NE
      October 28, 2024
      in Top News, বিনোদন
      0 0
      ‘কৰণ অৰ্জুন আহিব’, ছলমান খানৰ ডাঙৰ ঘোষণা, মুক্তিৰ পূৰ্বে তাৰিখো ঘোষণা কৰা হৈছে
      Share on FacebookShare on TwitterWhatsApp

      আকৌ এবাৰ ছবিগৃহলৈ ঘূৰি আহিব ‘কৰণ-অৰ্জুন’ । আচলতে ৯০ দশকৰ এই আইকনিক ছবিখনৰ পুনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত ছলমান খানেও এটা পোষ্ট শ্বেয়াৰ কৰিছে।

      আজিকালি বক্স অফিচত মন্দাৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে পুৰণি ছবিবোৰ পুনৰ ছবিগৃহত মুক্তি দিয়াৰ এক নতুন ট্ৰেণ্ড উলাইছে। এতিয়ালৈকে বহুতো ক্লাছিক ছবি ছবিগৃহত পুনৰ মুক্তি পাইছে।

      এতিয়া এই তালিকাত ছলমান খান আৰু শ্বাহৰুখ খান অভিনীত ছবি ‘কৰণ-অৰ্জুন’কো অন্তৰ্ভুক্ত কৰা হৈছে। এই ছবিখন । ৯০ দশকৰ এই আইকনিক ছবিখন বক্স অফিচত ব্লকবাষ্টাৰ হৈছিল। আকৌ এবাৰ দৰ্শকক মনোৰঞ্জন দিবলৈ চিনেমা হ’ললৈ আহি আছে ‘কৰণ-অৰ্জুন’।

      একে সময়তে ছলমান খানেও ৩০ বছৰৰ পাছত ‘কৰণ অৰ্জুন’ৰ পুনৰ মুক্তিৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি নিজৰ উত্তেজনা প্ৰকাশ কৰিছে।

      ছলমান খানে এই ছবিখনত কৰণৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে শ্বাহৰুখ খানে অৰ্জুনৰ চৰিত্ৰত অভিনয় কৰিছিল।

      এতিয়া ২২ নৱেম্বৰত এই ছবিখন পুনৰ চিনেমাগৃহত মুক্তি পাব। ইফালে ছলমান খানে ছবিখনৰ টিজাৰটো নিজৰ এক্স একাউণ্টত শ্বেয়াৰ কৰি ছবিখনৰ প্ৰতি থকা উত্তেজনা প্ৰকাশ কৰিছে। তেওঁ ধেমালিতে লিখিছে, “ৰাখী জীয়ে ছবিখনত ঠিকেই কৈছিল যে, মোৰ কৰণ অৰ্জুন আহিব… ২২ নৱেম্বৰত সকলো চিনেমা হলতে!”

      ইফালে ‘কৰণ অৰ্জুন’ৰ পুনৰ মুক্তিক লৈ হৃত্বিক ৰোশনেও উত্তেজনা প্ৰকাশ কৰিছে। এই অভিনেতাজনে ছবিখনত পিতৃৰ সৈতে কেমেৰাৰ আঁৰত কাম কৰিছিল। হৃত্বিকেও এই টিজাৰটো শ্বেয়াৰ কৰে।

      আনহাতে অভিনেত্ৰী কাজল আৰু মমতা কুলকাৰ্ণীও এই ছবিখনত অভিনয় কৰিছিল।

      Tags: Classic MovieentertainmentSalman KhanShahrukh Khan

      Related Posts

      গুজৰাটত বৃহৎ দুৰ্ঘটনা, মহিসাগৰ নদীৰ ওপৰত থকা দলং খহি ৩ জনৰ প্ৰাণহানি
      Top News

      July 9, 2025
      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক  কি খোলা থাকিব আৰু কি বন্ধ থাকিব…
      Top News

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

      July 9, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      July 9, 2025
      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      July 8, 2025
      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ
      Top News

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      July 8, 2025
      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      শীৰ্ষ সংবাদ

      গুজৰাটত বৃহৎ দুৰ্ঘটনা, মহিসাগৰ নদীৰ ওপৰত থকা দলং খহি ৩ জনৰ প্ৰাণহানি

      ভাৰত বন্ধ! ২৫ কোটিৰো অধিক কৰ্মচাৰীৰ ধৰ্মঘট, জানক কি খোলা থাকিব আৰু কি বন্ধ থাকিব…

      কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -