মেষ- প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ আনৰ প্ৰতি দয়া-মমতা বাঢ়িব। শিক্ষাৰ্থীৰ শুভ। শুভ সংখ্যা – ৪, শুভ ৰং- গুলপীয়া।
বৃষ- সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। বগা চন্দন দান কৰক। শুভ সংখ্যা – ৫, শুভ ৰং-পাতল নীলা।
মিথুন- ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব। আনৰ বদনাম নকৰিব। শুভ সংখ্যা -২, শুভ ৰং-ৰঙা ।
কৰ্কট – কৰ্মত উন্নতি।সামাজিক কাম-কাজৰ লগত জড়িতসকলে সফলতাৰ সন্মুখীন হ’ব। খৰচ বাঢ়িব পাৰে। শুভ সংখ্যা – ৭, শুভ ৰং- সেউজীয়া।
সিংহ- শৰীৰ ভালে থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। শুভ নম্বৰ-২, শুভ ৰং-ৰঙা।
কন্যা- কৰ্মত আশাবাদী। প্ৰেমত আশানুৰূপ ফল লাভ কৰিব। ব্যৱসায়ত সুফল। শুভ নম্বৰ- ৩, শুভ ৰং-গেৰুৱা।
তুলা- ধন লাভ হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীয়ে সুফল লাভ কৰিব।প্ৰেমত শুভ। শুভ নম্বৰ- ৫, শুভ ৰং-হালধীয়া।
বৃশ্চিক – শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। সহযোগীৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ-৪, শুভ ৰং-বগা আৰু নীলা।
ধনু- শিক্ষাৰ্থীৰ শুভ। মনত কিছু অশান্তিয়ে দেখা দিব। ৰাজনীতিত কিছু সমস্যাই দেখা দিব। শুভ নম্বৰ-৩, শুভ ৰং-গুলপীয়া।
মকৰ – মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। উদাৰতা, সৰলতা বৃদ্ধিৰ যোগ। শুভ নম্বৰ- ২, শুভ ৰং- সেউজীয়া।
কুম্ভ- শাৰিৰীক তথা মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। শুভ সংখ্যা – ৯, শুভ ৰং-পাতল নীলা।
মীন- প্ৰেমত শুভ। ৰাজনীতিত উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ- ৬, শুভ ৰং-বগা।