• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চামগুৰিৰ হিংসাত্মক ঘটনাত উদ্বেগ প্ৰকাশ কৰি নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ অসম জাতীয় পৰিষদৰ

Nation NE by Nation NE
October 30, 2024
in Top News, অসম
0 0
চামগুৰিৰ হিংসাত্মক ঘটনাত উদ্বেগ প্ৰকাশ কৰি নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ অসম জাতীয় পৰিষদৰ
Share on FacebookShare on TwitterWhatsApp

উপনিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া চামগুৰি বিধানসভা সমষ্টিত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা হিংসাত্মক ঘটনা সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে ৷ আঞ্চলিক দলটোৰ মতে, বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত এই হিংসাত্মক ঘটনাবোৰ সংঘটিত হৈ আছে আৰু আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ দ্বাৰা স্বাক্ষৰিত স্মাৰকপত্ৰখনত দলটোৱে কয় যে অসমত বৃহৎ ৰাজনৈতিক হিংসা সংঘটিত হোৱাৰ উদাহৰণ তেনেই নগন্য ৷ দেশৰ আন কিছুমান ৰাজ্যৰ দৰে অসমত নিৰ্বাচন ৰাজনৈতিক প্ৰতিদ্বন্দীৰ ওপৰত ব্যক্তিগত আক্ৰোশ বা আক্ৰমণৰ দৰে ঘটনা সাধাৰণতে সংঘটিত নহয় ৷ অসমত এই পৰিৱেশ নাই ৷ সেয়েহে চামগুৰিৰ ধাৰাবাহিক হিংসাত্মক ঘটনাসমূহে ৰাইজক উদ্বিগ্ন আৰু আতংকিত কৰি তুলিছে৷

ইতিপূৰ্বে ৰাজনৈতিক হিংসাৰ বলি হোৱা বিজেপি কৰ্মী বিপুল শইকীয়াৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে স্মাৰকপত্ৰখনত কয় যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক প্ৰতিদ্বন্দিতাক শত্ৰুতালৈ পৰিৱৰ্তন কৰাটোক মুঠেই সমৰ্থন কৰা হোৱা নাই, বৰং অপৰাধ হিচাপে গণ্য কৰা হৈছে ৷ কিঅথচ বিজেপিৰ বিগত আঠ বছৰীয়া শাসনত অসমত ৰাজনৈতিক প্ৰতিদ্বন্দিতাক শত্ৰুতা হিচাপে গণ কৰাৰ এক পৰিৱেশ গা কৰি উঠিবলৈ লৈছে ৷ ই ভৱিষ্যতলৈ ৰূপ লব পাৰে ৷ ইয়াকে কলিতে নাইকীয়া কৰিবলৈ আৰক্ষী তথা প্ৰশাসনৰ ফালৰ পৰা যিবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছিল, নগাঁও জিলা আৰক্ষীৰ ফালৰ পৰা তেনে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ নোলোৱাটো চিন্তনীয় ৷ সেয়েহে তাৰ আঁৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা থকাটো সহজে অনুমেয় ৷

এনে পটভূমিত বিষয়টোত নিৰ্বাচন আয়োগৰ হস্তক্ষেপৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ স্মাৰকপত্ৰখনত, চামগুৰিৰ হিংসাত্মক ঘটনাসমূহৰ তৎকালে তদন্ত কৰা, বিপুল শইকীয়াৰ হত্যাৰ দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগৰাত থিয় কৰোৱা, চামগুৰি সহ উপনিৰ্বাচন অনুষ্ঠিত হৈ থকা সমষ্টিসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা আৰু দায়িত্ব পালনত বিলম্ব কৰা আৰক্ষী তথা প্ৰশাসনৰ বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰা হয় ৷

Tags: AJPECIElection Commission of IndiaMemorandum

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025