• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত দুটাকৈ এনকাউণ্টাৰ; তিনিজন উগ্ৰপন্থী নিহত

Nation NE by Nation NE
November 2, 2024
in ৰাষ্ট্ৰীয়, Top News
0 0
বাংলাদেশ সামৰিক নেতৃত্বৰ সৈতে সম্পৰ্কত ভাৰত চৰকাৰ; হিংসাৰ অন্ত পেলোৱাৰ আহ্বান

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ দুটা ভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত চলি থকা সংঘৰ্ষত এই পৰ্যন্ত তিনিজন উগ্ৰপন্থী নিহত হৈছে। অৱশ্যে দুয়োপক্ষৰ মাজত চলা সংঘৰ্ষত চাৰিজন সেনাবাহিনীৰ জোৱানো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

কাশ্মীৰ সংমণ্ডলৰ শ্ৰীনগৰ জিলাত পুৱাৰে পৰা এনকাউণ্টাৰ চলি আছে। সংঘৰ্ষৰ মাজতে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় এজন সন্ত্ৰাসবাদী। অঞ্চলটোত এতিয়াও আন দুই-তিনিজন উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, এনকাউণ্টাৰ চলি থকা শ্ৰীনগৰ খানিয়াৰটো এটা আৱাসিক অঞ্চল, সেয়ে নিৰাপত্তা বাহিনীয়ে সাধাৰণ লোকৰ যাতে ক্ষতি নহয় তাৰ বাবে অতি সাৱধানতাৰে অভিযান চলাই থকা হৈছে।

ইফালে দ্বিতীয়টো এনকাউণ্টাৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ লাৰ্ণুত সংঘটিত হৈছে। এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি নিশ্চিত কৰিছে সেনাই।

এইদৰে দুয়োটা সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ হাতত মুঠ তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে।

উল্লেখ্য যে, মধ্য কাশ্মীৰৰ বুডগাম জিলাত শুকুৰবাৰে সন্ধিয়া সেনাৰ বাহনত গুলীচালনা কৰাৰ ঘটনাৰ পিছৰে পৰা বান্দিপোৰাত বৃহৎ পৰিসৰত তালাচী অভিযান চলোৱা হৈছে।

Tags: AnantnagEncounterJammu Kashmir

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025