• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাৰ নতুন ‘BOSS’ ড’নাল্ড ট্ৰাম্প; সপোন সপোন হৈয়ে ৰ’ল হেৰিছৰ

Nation NE by Nation NE
November 6, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাৰ নতুন ‘BOSS’ ড’নাল্ড ট্ৰাম্প; সপোন সপোন হৈয়ে ৰ’ল হেৰিছৰ
Share on FacebookShare on TwitterWhatsApp

চাৰি বছৰৰ মূৰত পুনৰ হোৱাইট হাউছলৈ উভতি আহিল ড’নাল্ড ট্ৰাম্প। ২০২৪ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰম্ভিক ভোটগণনাত তেওঁ মেজিক নম্বৰ স্পৰ্শ কৰা পৰিলক্ষিত হৈছে।

যদিহে এই ধাৰা অব্যাহত থাকে তেন্তে ২০২৫ চনৰ জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ট্ৰাম্পে। নিৰ্বাচনৰ এদিন পূৰ্বে ভোটাৰসকলৰ ওচৰত কৰা শেষ আবেদনত ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁৰ প্ৰথম পদক্ষেপ কি হ’ব সেই কথা ইংগিত দিছিল।

উল্লেখ্য যে, ৭খন ছুইং ষ্টেটত ট্ৰাম্পৰ ধুমুহা দেখা পৰিলক্ষিত হৈছে। এই সাতখন ৰাজ্যতে আগবাঢ়ি আছে ড’নাল্ড ট্ৰাম্প। কিন্তু সামগ্ৰিকভাৱে কমলা হেৰিছেও ট্ৰাম্পক কঠোৰ প্ৰত্যাহ্বান আগবঢ়াইছে। ট্ৰাম্পে ২৭০টা ইলেক্টোৰেল ভোটত আগবাঢ়ি থকাৰ বিপৰীতে কমলা হেৰিছে ২১৪টা ভোটত আগবাঢ়ি আছে।

আমেৰিকাত ৫০খন ৰাজ্য আছে আৰু ইয়াৰে অধিকাংশই প্ৰতিটো নিৰ্বাচনতে একেটা দলক ভোট দি আহিছে। কেৱল ব্যতিক্ৰম ‘ছুইং ষ্টেট’। ছুইং ষ্টেটৰূপে পৰিচিত আমেৰিকাৰ সাতখন ৰাজ্য পেনচিলভেনিয়া, মিচিগান, উইচকনচিন, জৰ্জিয়া, নেভাদা, এৰিজোনা আৰু নৰ্থ কেৰ’লিনাক ছুইং ষ্টেট বুলি কোৱা হয়।

প্ৰতিটো নিৰ্বাচনতে এই ৰাজ্যসমূহত ভোটাৰৰ প্ৰৱণতা সলনি হৈয়েই থাকে। কিন্তু এইবাৰ এই ৰাজ্যসমূহত আগবাঢ়ি আছে ট্ৰাম্প। ইয়াৰে উত্তৰ কেৰ’লিনাত ট্ৰাম্পে জয়লাভ কৰিছে। ১৯টা নিৰ্বাচনী ভোট থকা পেনচিলভেনিয়াত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা পোৱা গৈছে।

উল্লেখ্য যে, আমেৰিকাত মুঠ ৫৩৮টা ভোটৰ বাবে ভোটদান অনুষ্ঠিত হয়। ২৭০ বা তাতকৈ অধিক ভোট লাভ কৰা প্ৰাৰ্থীক নিৰ্বাচনৰ বিজয়ী ঘোষণা কৰা হয়। এই নিৰ্বাচনক ঐতিহাসিক বুলি অভিহিত কৰা হৈছে কাৰণ ইয়াক যোৱা কেইবাটাও দশকৰ ভিতৰত আটাইতকৈ কঠোৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছে।

Tags: Donald trumpKamala harrisUS President Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025