• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘Inshallah, ইজৰাইলৰ বিৰুদ্ধে জয়ী হ’ব হিজবুল্লাহ’- আয়াতুল্লাহ আলী খামেনেই

Nation NE by Nation NE
November 8, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘Inshallah, ইজৰাইলৰ বিৰুদ্ধে জয়ী হ’ব হিজবুল্লাহ’- আয়াতুল্লাহ আলী খামেনেই
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেই ইজৰাইলৰ বিৰুদ্ধে হামাছৰ জয়ৰ দাবী কৰি ইজৰাইলে তীব্ৰ আক্ৰমণ চলাই কয় যে ‘ইনশ্বাআল্লাহ, ইহুদী শাসন ব্যৱস্থা অনাগত দিনত হিজবুল্লাহৰ হাতত পৰাস্ত হ’ব।

উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেই ইৰাণৰ এক্সপাৰ্ট এছেম্বলীৰ সদস্যসকলক সাক্ষাৎ কৰে। এই সময়ছোৱাত খামেনেইয়ে প্ৰতিৰোধ গোটৰ, য’ত আছিল লেবাননৰ নেতা ছেইদ হাছান নাছৰল্লাহ, আন্দোলনৰ জ্যেষ্ঠ নেতা ছেইদ হাছিম ছাফিদীন, লগতে হামাছৰ নেতা ইছমাইল হানিয়া, ইয়াহিয়া সিনৱাৰ আৰু ইৰাণৰ সামৰিক অধিনায়ক আব্বাছ নীলফৌছানকে ধৰি যুদ্ধত প্ৰাণ হেৰুওৱা সকলো নেতাক স্মৰণ কৰে।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই কয় যে, লেবানন, গাজা আৰু পেলেষ্টাইনত চলি থকা সংঘাতে নিশ্চিতভাৱে প্ৰতিৰোধমূলক গোটসমূহক জয়ৰ দিশত আগুৱাই নিব। খামেনেইয়ে যুদ্ধত নিহত হামাছ আৰু হিজবুল্লাহৰ নেতা নছৰল্লাহ, ইছমাইল হানিয়া, সিনৱাৰকে ধৰি শ্বহীদ বুলি অভিহিত কৰি কয় যে এই লোকসকলে ইছলামৰ মৰ্যাদা বৃদ্ধি কৰিছে।

খামেনেইয়ে কৈছে যে, হিজবুল্লাহে এটা সৰু গোটৰ পৰা এটা বৃহৎ আৰু শক্তিশালী সংগঠনলৈ ৰূপান্তৰিত হৈছে। আকৌ ইজৰাইলক আক্ৰমণ কৰি খামেনেই কয় যে, শত্ৰুপক্ষই এই সংগঠনৰ ওপৰত জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইনশ্বাআল্লাহ, সেয়া কেতিয়াও সফল নহয়। তেওঁ কয় যে, এদিন সমগ্ৰ বিশ্বই দেখিব যে ঈশ্বৰৰ পথত থাকি যুদ্ধ কৰা বাবে এই যোদ্ধাসকলৰ হাতত ইহুদী শাসন ক্ষমতা পৰাস্ত হ’ব।

হামাছ-ইৰাণৰ বিৰুদ্ধে নেতানিয়াহুৰ পৰাজয়-

পেলেষ্টাইনী প্ৰতিৰোধ গোট হামাছ আৰু গাজাত ইজৰাইলৰ শাসনৰ বিৰুদ্ধে ইয়াৰ যুঁজৰ কথা উল্লেখ কৰি তেওঁ কয় যে হামাছৰ যুদ্ধ অব্যাহত থকাৰ অৰ্থ হ’ল ইহুদী শাসন ব্যৱস্থাক পৰাস্ত কৰা হৈছে আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছক নিৰ্মূল কৰাৰ মনস্থ কৰিছিল যদিও তেওঁ নিজ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হোৱা নাই।

খামেনেই কয় যে, নেতানিয়াহুৱে হামাছক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ লক্ষ্য কৰি লৈছিল। নেতানিয়াহুৱে ইতিমধ্যে বহু লোকক হত্যা কৰিছে। যাৰ ফলত সমগ্ৰ বিশ্বক ইজৰাইল আৰু নেতানিয়াহুক নিন্দা কৰিছে। খামেনেই কয় যে, যদি ইজৰাইলে ভাবে যে ইছমাইল হানিয়া আৰু সিনৱাৰৰ দৰে নেতাৰ মৃত্যুৰ বাবে হামাছ ধ্বংস হৈছে, তেন্তে সেয়া ভুল। তেওঁ কয় যে, এই নেতাসকলক হেৰুৱালেও হামাছে ইজৰাইলৰ বিৰুদ্ধে যুঁজি আছে আৰু এয়া হৈছে ইহুদী শাসনৰ ব্যৰ্থতা।

ইৰাণৰ উচ্চতম নেতাই কয় যে, বিগত কেইবাটাও দশকত হিজবুল্লাহ আৰু হামাছে ইজৰাইলক বহুবাৰ পৰাস্ত কৰিছে। তেওঁ কয় যে, বিগত ১৫ টা বছৰত পেলেষ্টাইনী প্ৰতিৰোধীয়ে ইহুদী শাসনৰ বিৰুদ্ধে ৯খন যুদ্ধ কৰি বিজয়ৰ সৈতে এই সংঘাতৰ অন্ত পেলাইছে।

Tags: IranIsraelWar

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025