• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দক্ষিণৰ জনপ্ৰিয় অভিনেতা দেলহি গণেশৰ দেহাৱসান

Nation NE by Nation NE
November 10, 2024
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
দক্ষিণৰ জনপ্ৰিয় অভিনেতা দেলহি গণেশৰ দেহাৱসান
Share on FacebookShare on TwitterWhatsApp

প্ৰায় ৩০ বছৰ ধৰি তামিল চিনেমাৰ ডাঙৰ তাৰকাৰ সৈতে কাম কৰা জ্যেষ্ঠ অভিনেতা দেলহি গণেশৰ শনিবাৰে নিশা ৮০ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ পুত্ৰ মহাদেৱনে ইনষ্টাগ্ৰামত পোষ্ট কৰি এই দুখজনক খবৰ নিশ্চিত কৰে।

মহাদেৱনে ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘আমি এই দুখৰ খবৰটো দি ক’ব লাগিব যে আমাৰ পিতৃ দেলহি গণেশৰ মৃত্যু হৈছে ৯ নৱেম্বৰৰ নিশা প্ৰায় ১১ বজাত।’

তামিল অভিনেতা দেলহি গণেশে ১৯৭৬ চনত প্ৰবীণ পৰিচালক কে বালাচন্দৰৰ ছবি ‘পট্টিনা প্ৰবেছাম’ৰ জৰিয়তে নিজৰ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল। দিল্লীৰ বাসিন্দা গণেশ দক্ষিণ ভাৰত নাটক সভা নামৰ নাট্য গোষ্ঠীৰ সদস্য হিচাপেও আছিল।

১৯৬৪ চনৰ পৰা ১৯৭৪ চনলৈকে ভাৰতীয় বায়ুসেনাতো কাৰ্যনিৰ্বাহ কৰিছিল অভিনেতাগৰাকীয়ে। কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ ৪০০ৰো অধিক ছবিত কাম কৰিছিল। তেওঁৰ শেষৰখন ছবি আছিল কমল হাছানৰ ‘ইণ্ডিয়ান ২’।

চলচ্চিত্ৰৰ উপৰি তেওঁ বহু টিভি শ্ব’ আৰু চুটি ছবিতো কাম কৰিছিল। ইয়াৰ উপৰি শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ছবি ‘চেন্নাই এক্সপ্ৰেছ’তো তেওঁক দেখা গৈছিল।

Tags: Delhi GaneshSouth IndiaVeteran Actor

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025