• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছতেই মহম্মদ নবীৰ ডাঙৰ ঘোষণা

Nation NE by Nation NE
November 12, 2024
in Top News, ক্ৰীড়া
0 0
বাংলাদেশৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছতেই মহম্মদ নবীৰ ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

অহা বছৰ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ পাছত এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে আফগানিস্তানৰ অল ৰাউণ্ডাৰ মহম্মদ নবীয়ে। বাংলাদেশৰ বিৰুদ্ধে ২-১ ব্যৱধানত এদিনীয়া শৃংখলা দখলৰ পিছতে আফগানিস্তানৰ ৩৯ বছৰীয়া নবীয়ে কয় যে যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ পাছতেই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা চিন্তা কৰিছিলো।

শৃংখলা দখলৰ পিছত মহম্মদ নবীয়ে কয়, ‘যোৱা বিশ্বকাপৰ পিছতেই অৱসৰৰ চিন্তা-চৰ্চা কৰিছিলো কিন্তু তাৰ পিছত আমি চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰিলোঁ আৰু মই ভাবিলো যে এই প্ৰতিযোগিতাখন খেলাটো মোৰ বাবে ভাল হ’ব।

উল্লেখ্য যে মহম্মদ নবীয়ে নিজৰ সিদ্ধান্তৰ বিষয়ে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডক অৱগত কৰিছে আৰু আগন্তুক দিনতো তেওঁ টি-২০ ফৰ্মেট খেলি থাকিব পাৰিব।

২০০৯ চনৰ পৰা এই পৰ্যন্ত মহম্মদ নবীয়ে ১৬৭খন এদিনীয়া খেলিছে, য’ত তেওঁ ১৪৭টা ইনিংছত ২৭.৪৮ গড়ে ৩৬০০ ৰান সংগ্ৰহ কৰিছে, য’ত আছে দুটা শতক আৰু ১৭টা অৰ্ধশতক। আফগানিস্তানৰ হৈ সৰ্বাধিক এদিনীয়া খেলা ক্ৰিকেটাৰ মহম্মদ নবী বৰ্তমান অল ৰাউণ্ডাৰৰ ৰেংকিঙত শীৰ্ষ স্থানত আছে। তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১৩৬ ৰান।

ইফালে এইপৰ্যন্ত তেওঁ দখল কৰিছে ১৭২টা উইকেট। তেওঁ চাৰিবাৰকৈ এটা ইনিংছত ৪টা উইকেট আৰু এবাৰ ৫টা উইকেট দখল কৰিছে।

উল্লেখ্য যে, যোৱা বছৰ আফগানিস্তানে বিশ্বকাপত ষষ্ঠ স্থান দখল কৰি চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। অহা বছৰৰ ফেব্ৰুৱাৰী মাহত পাকিস্তানত আয়োজিত হ’বলগীয়া আঠটা দলৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব আফগানিস্তানৰ দলটোৱে।

আফগানিস্তানে ২০১৫ চনত প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপত অংশগ্ৰহণ কৰিছিল আৰু মহম্মদ নবী এই দলৰ অংশ আছিল। ইয়াৰ উপৰি তেওঁ ২০১৯ আৰু ২০২৩ চনৰ বিশ্বকাপ দলৰো অংশ আছিল। ২০১৯ চনত তেওঁ টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰে।

Tags: AfghanistanChampions TrophyMohammad NabiODI

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025