• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
18 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঝাৰখণ্ডত JMM নে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ? কি কয় এগজিট প’লে..

Nation NE by Nation NE
November 20, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
ঝাৰখণ্ডত JMM নে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ? কি কয় এগজিট প’লে..
Share on FacebookShare on TwitterWhatsApp

আজি অন্ত পৰিল ঝাৰখণ্ডৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন। নিয়োগ, উন্নয়ন, মুল্যবৃদ্ধি, দুৰ্নীতি, পৰিয়ালবাদ, অনুপ্ৰৱেশ আদি বিষয়ক লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভাগ্য এতিয়া ইভিএমত বন্দী।

২৩ নৱেম্বৰত এই নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব যদিও তাৰ পূৰ্বেই প্ৰকাশ পালে এগজিট প’ল। এগজিট প’ল অনুসৰি কোন দলে গঠন কৰিব চৰকাৰ জানো আহক।

ঝাৰখণ্ডত মূল যুঁজ এন ডি এ (বিজেপি, আজেছু, জেডিইউ, এলজেপি) বনাম ইণ্ডিয়া এলায়েন্স (জেএমএম, কংগ্ৰেছ, আৰজেডি, চিপিআই-এমএল)।

ভোটগ্ৰহণ অন্ত পৰাৰ পিছতেই প্ৰকাশ পোৱা MATRIZE ৰ এগজিট প’ল অনুসৰি ঝাৰখণ্ডত পতন ঘটিব হেমন্ত চোৰেন নেতৃত্বাধীন জেএমএমৰ চৰকাৰ। ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ ইংগিত প্ৰদান কৰিছে।

MATRIZEৰ এগজিট প’ল অনুসৰি, বিজেপি মিত্ৰজোঁটক ৪২ৰ পৰা ৪৭খন আসন আৰু কংগ্ৰেছ মিত্ৰজোঁটক ২৫ৰ পৰা ৩০খন আসন প্ৰদান কৰিছে। অন্যান্যক এখনৰ পৰা চাৰিখন আসন দিয়া হৈছে।

ইফালে আন বহু কেইটা সংস্থাই প্ৰকাশ কৰা এগজিট প’লতো ঝাৰখণ্ডত হেমন্ত চোৰেন নেতৃত্বাধীন জেএমএম চৰকাৰৰ এইবাৰ পতন ঘটাৰ ইংগিত প্ৰদান কৰিছে। অধিকাংশ এগজিট প’লে ঝাৰখণ্ডত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি কোৱা হৈছে।

আনহাতে এক্সিছ মাই ইণ্ডিয়াৰ এগজিট প’ল অনুসৰি ঝাৰখণ্ডত পুনৰবাৰ জেএমএমৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হ’ব বুলি ইংগিত দিছে। এই সংস্থাটোৰ মতে কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব পাৰে ৫৩খন আসন। বিজেপি মিত্ৰজোঁটে লাভ কৰিব পাৰে ২৫ খন আসন। অন্যান্যই তিনিখন আসন লাভ কৰাৰ ইংগিত প্ৰদান কৰিছে।

ইফালে যদি ২০১৯ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল চাওঁ তেন্তে তথ্যৰ পৰা এটা কথা স্পষ্ট হয় যে বিজেপিয়ে অধিক শতাংশ ভোট কৰাৰ পিছতো চৰকাৰ গঠন কৰিব পৰা নাছিল। ৩৩.৩৭ শতাংশ ভোট লাভ কৰাৰ পাছতো মাত্ৰ ২৫খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে জে এম এম ১৮.৭২ শতাংশ ভোটৰ অংশীদাৰিত্ব লাভ কৰাৰ পিছতো ৩০খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

এনে পৰিস্থিতিত ভোটৰ ভাগবতৰাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। জেএমএমৰ মিত্ৰ দল কংগ্ৰেছে ১৬খন আসন লাভ কৰিছিল আৰু ভোটৰ পাৰ্চেণ্টেজ আছিল ১৩.৮৮ শতাংশ।

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনত বুধবাৰে সন্ধিয়া ৫ বজালৈকে প্ৰায় ৬৮ শতাংশ ভোটাৰে ৩৮টা সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

Tags: #CongressBJPExit PollJharkhand ElectionJMM

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025