• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
18 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ডোমিনিকাৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী

Nation NE by Nation NE
November 21, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ডোমিনিকাৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী
Share on FacebookShare on TwitterWhatsApp

ডোমিনিকাই সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ডোমিনিকা বঁটা প্ৰদানেৰে সন্মানিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ৰাষ্ট্ৰপতি চিলভানি বাৰ্টনে এই সন্মানেৰে প্ৰধানমন্ত্ৰী মোদীক সম্বৰ্ধনা জনায়। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত পি এম গৰাকীয়ে ডোমিনিকাক ৭০ হাজাৰ ড’জ ক’ৰ’না ভেকচিন এষ্ট্ৰাজেনেকাৰ যোগান ধৰিছিল। প্ৰধানমন্ত্ৰীৰ এই উদাৰতা দেখি ডোমিনিকা চৰকাৰে তেওঁক সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মান জনোৱাৰ সিদ্ধান্ত লৈছিল।

ক’ৰ’না মহামাৰীৰ সময়ত বিশ্বৰ অন্য দেশৰ লগতে ভাৰতেও এই মাৰাত্মক ভাইৰাছৰ সৈতে যুঁজি আছিল। সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু দেশক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।মহামাৰীৰ সৈতে যুঁজি থকা আন দেশলৈ তেওঁ ভেকচিন তথা অন্য ঔষধৰো যোগান ধৰিছিল। এই কামবোৰৰ পৰিপ্ৰেক্ষিতত কমনৱেলথ অৱ ডোমিনিকাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান দিয়াৰ সিদ্ধান্ত লয়।

দেশবাসীৰ প্ৰতি উৎসৰ্গিত প্ৰধানমন্ত্ৰী মোদী

ডোমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই সন্মান কেৱল তেওঁৱেই নহয়, ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ মূল্যবোধ আৰু তেওঁলোকৰ পৰম্পৰাৰ বাবে। এই দুয়োখন দেশেই গণতান্ত্ৰিক দেশ দুয়োখন দেশেই সমগ্ৰ বিশ্বৰ বাবে নাৰী সবলীকৰণৰ আদৰ্শ।

ৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বোচ্চ সন্মান প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

শেহতীয়াকৈ ডোমিনিকা চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিত প্ৰধানমন্ত্ৰী মোদীক প্ৰকৃত বন্ধু বুলি অভিহিত কৰা হৈছিল আৰু কোৱা হৈছিল যে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে ডোমিনিকাক স্বাস্থ্য, শিক্ষা আৰু আই টিৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিছে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰতো ভাৰতে ডোমিনিকাক সহায় কৰি আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৰ্বোচ্চ সন্মানেৰে সম্বৰ্ধনা জনোৱা এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহু দেশে তেওঁক সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মান জনাইছে। মাত্ৰ কেইদিনমানৰ পূৰ্বে নাইজেৰিয়াই তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা ‘গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য নাইজাৰ’ৰে সন্মানিত কৰিছিল। নাইজেৰিয়াই প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীক এই সন্মান প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই সন্মান দেশৰ বাবে উৎসৰ্গা কৰিছিল।

ইয়াৰ পূৰ্বে জুলাই মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰু দ্য এপষ্টল’ৰে সন্মানিত কৰিছিল। ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অৱ দ্য ড্ৰুক গ্যালপোৰে’ও সন্মানিত হয় প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ উপৰিও আফগানিস্তান, বাহৰেইন আৰু চৌদি আৰব, ফ্ৰান্স, সংযুক্ত আৰব আমিৰশ্বাহী, আমেৰিকা, মালদ্বীপ, পেলেষ্টাইন, ইজিপ্ত, ফিজি, পাপুয়া নিউগিনি, পালাউ আদি দেশেও প্ৰধানমন্ত্ৰী মোদীক সন্মান জনাইছে।

Tags: DOMINIKAInternational AwardNATIONAL AWARD

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025