• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাৰ্থ টেষ্টৰ পূৰ্বে BCCIৰ ডাঙৰ ঘোষণা; গিলৰ ঠাইত দলত স্থান দিলে এইজন ক্ৰিকেটাৰক

Nation NE by Nation NE
November 21, 2024
in Top News, ক্ৰীড়া
0 0
পাৰ্থ টেষ্টৰ পূৰ্বে BCCIৰ ডাঙৰ ঘোষণা; গিলৰ ঠাইত দলত স্থান দিলে এইজন ক্ৰিকেটাৰক
Share on FacebookShare on TwitterWhatsApp

কিছু ঘণ্টাৰ পিছতে অৱসান ঘটিব ক্ৰিকেট অনুৰাগীৰ অন্তহীন অপেক্ষা। ২২ নৱেম্বৰ অৰ্থাত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। কিন্তু ইয়াৰ পূৰ্বে আঘাতৰ বাবে বিপদত পৰিছে ভাৰতীয় টিম মেনেজমেণ্ট। ইয়াৰ মাজতে পাৰ্থত হ’বলগীয়া শৃংখলাৰ প্ৰথমখন মেচৰ পূৰ্বে এক ডাঙৰ ঘোষণা কৰিছে বি চি চি আইয়ে।

আঘাতপ্ৰাপ্ত শুভমন গিলৰ ঠাইত ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে এগৰাকী উদীয়মান ক্ৰিকেটাৰক। ইংলেণ্ডৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা দেৱদত্ত পাড়িকালক দলত স্থান দিয়া হৈছে।

ছ’চিয়েল মিডিয়াত এটা প’ষ্ট শ্বেয়াৰ কৰি বি চি চি আইয়ে এই কথা জনায়। টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক ঘটিছিল দেৱদত্ত পাড়িকালৰ।

অভিষেক মেচত ৬৫ ৰানৰ ইনিংছ খেলা দেৱদত্ত পাড়িকালে শেহতীয়াকৈ ভাৰতীয় এ দলৰ হৈও খেলিছিল। অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিততে তেওঁ মূল দলত স্থান লাভ কৰিছে। অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে পাড়িকলে ৩৬, ৮৮, ২৬ আৰু ১ ৰানৰ ইনিংছ খেলিছিল। অৱশ্যে তেওঁক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচত তেওঁক দলত স্থান দিয়া হয় নে নাই সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে, অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল শুভমন গিল। আঙুলিত পোৱা আঘাতৰ বাবে তেওঁ প্ৰথমখন টেষ্টৰ পৰা একপ্ৰকাৰ বাহিৰ হৈছে। গিলৰ আঘাতৰ উপৰি প্ৰথমখন টেষ্টত ভাৰতীয় দলত নাথাকে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা। অলপতে দ্বিতীয় সন্তানৰ পিতৃ হোৱাৰ বাবেই তেওঁ প্ৰথমখন টেষ্টৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছিল।

Tags: #BCCIBorder-Gavaskar TrophyDevdutt PadikkalIndia Squad

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025