• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোনে মাৰিব শেষ হাঁহি! ঝাৰখণ্ডত শাসক-বিৰোধীৰ মাজত তীব্ৰ যুঁজ, মহাৰাষ্ট্ৰত NDAৰ অগ্ৰগতি

Nation NE by Nation NE
November 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কাইলৈ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন; দৃষ্টি নিৱদ্ধ থাকিব পাঁচটা সমষ্টিত
Share on FacebookShare on TwitterWhatsApp

১৩ আৰু ২০ নৱেম্বৰত ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ চলি আছে ভোটগণনা। ২৮৮ খন আসনযুক্ত মহাৰাষ্ট্ৰ আৰু ৮১ খন আসনযুক্ত ঝাৰখণ্ডত প্ৰাৰম্ভিক ধাৰাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আগবাঢ়ি আছে।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ঝাৰখণ্ডত শাসক আৰু বিৰোধীৰ মাজত তীব্ৰ যুঁজ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনত এন ডি এ ৩১ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটেও ৩১ খন আসনত আগবাঢ়ি আছে। আনহাতে অন্যান্যই এখন আসনত আগবাঢ়ি আছে।

ইফালে সকলোৰে দৃষ্টি নিৱদ্ধ থকা মহাৰাষ্ট্ৰত এন ডি এ ১০১ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে ৫০ খন আসনতহে আগবাঢ়ি আছে। এয়া প্ৰাৰম্ভিক তথ্য যদিও কিছু সময়ৰ পিছতেই ছবি স্পষ্ট হৈ পৰিব।

উল্লেখ্য যে, মহাৰাষ্ট্ৰত শাসকীয় মহাযুটী আৰু বিৰোধী মিত্ৰজোঁট মহাবিকাশ আঘাড়ীৰ সৈতে প্ৰত্যক্ষ যুঁজ হ’ব। দুয়োটা পক্ষই নিজ নিজ জয়ৰ দাবী কৰিছে যদিও প্ৰাৰম্ভিক ধাৰাত দুয়োখন ৰাজ্যতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আগবাঢ়ি থকা পৰিলক্ষিত হৈছে।

এই দুখন ৰাজ্যৰ লগতে আজি দেশৰ ১৫খন ৰাজ্যৰ ৪৮টা বিধানসভা সমষ্টি আৰু দুখন লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলো প্ৰকাশ পাব। বিশেষকৈ কেৰালাৰ ৱায়ানাদ লোকসভা আসনখনৰ ওপৰত দৃষ্টি নিৱদ্ধ আছে জনতাৰ। এই আসনখনত প্ৰথমবাৰৰ প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিয়া গান্ধী পৰিয়ালৰ কন্যা প্ৰিয়ংকা গান্ধীয়ে নিজৰ ভাতৃ ৰাহুল গান্ধীৰ দূৰ্গ অক্ষুন্ন ৰখাত সফল হয় নে নাই সেয়া আজি স্পষ্ট হ’ব।

Tags: Assembly ElectionBye ElectionJharkhand ElectionMaharashtra

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025