• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ইণ্ডিয়া পোষ্টৰ নামত SMS আহিলে সাৱধান হওক

আপোনাৰ বহু ব্যক্তিগত তথ্য লৈ যাব হেকাৰে

Nation NE by Nation NE
June 21, 2024
in ৰাষ্ট্ৰীয়
0 0
ইণ্ডিয়া পোষ্টৰ নামত SMS আহিলে সাৱধান হওক

প্ৰতিনিধিত্বমূলক ছবি

Share on FacebookShare on TwitterWhatsApp

ইণ্ডিয়া পোষ্টৰ নামত SMS যদি আহিছে তেন্তে সাৱধান হওক। শেহতীয়াকৈ ৰাইজক এনে SMSৰ পৰা সতৰ্ক হৈ থাকিব আহ্বান জনাইছে PIBয়ে।

ইণ্ডিয়া পোষ্টৰ নামত আপোনাৰ মোবাইললৈ আহিব পাৰে এটা SMS। যদি আপুনি SMSত দিয়া লিংকত ক্লিক কৰে তেন্তে আপোনাৰ বহু ব্যক্তিগত তথ্য চুৰ কৰি নিব হেকাৰে।

কি লিখা থাকে SMSটোত?
INDIA POST OFFICEৰ নামত এটা SMS আহিব। লিখা থাকিব আপোনাৰ পাৰ্ছেল আহি পাইছে। আপোনাৰ সামগ্ৰী ঘূৰি যাতে নাযায় তাৰ বাবে আপুনি আপোনাৰ ডাটা আপডেট কৰক বুলি উল্লেখ থাকিব। আপোনাক আপোনাৰ সামগ্ৰী দিবলৈ আমি দুবাৰকৈ প্ৰয়াস কৰিছোঁ। কিন্তু আপোনাৰ আধাৰুৱা তথ্যৰ বাবে আমি সামগ্ৰী দিব পৰা নাই বুলি উল্লেখ থাকিব। আপুনি ৪৮ ঘণ্টাৰ ভিতৰত আপোনাৰ সম্পূৰ্ণ তথ্য আপডেট কৰক বুলি জনাব। আপোনাৰ তথ্য আপডেট কৰিবলৈ ইয়াত ক্লিক কৰক বুলি এটা লিংক দিব। কিন্তু আপুনি কোনো কাৰণতেই সেই লিংকটোত ক্লিক নকৰিব। যদিহে লিংকটোত ক্লিক কৰে তেন্তে আপোনাৰ চিষ্টেমত লগে লগে ইনষ্টল হৈ যাব এটা ভাইৰাছ। লগে লগে আপোনাৰ বহু গুৰুত্বপূৰ্ণ তথ্য হেক কৰিব এই ইনষ্টল হোৱা ভাইৰাছে। আপোনাৰ এই ব্যক্তিগত তথ্য দুৰ্ব্যৱহাৰ কৰিব পাৰে দুষ্ট চক্ৰই। গতিকে সাৱধান হওক। যদিহে ইণ্ডিয়া পোষ্টৰ নামত কিবা SMS আহিছে তেন্তে ভালদৰে বিবেচনা কৰি পঢ়ি চাব। যদিহে সন্দেহ ওপজে তেন্তে কোনো কাৰণতে দিয়া লিংকত ক্লিক নকৰিব।

Tags: #indiapost #sms #hacker

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025