• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPL ২০২৫ৰ মেগা নিলাম: ক্ৰয় কৰা ১৯ খেলুৱৈয়ে এইবাৰ জয়ৰ সোৱাদ দিবনে RCBক?

Nation NE by Nation NE
November 26, 2024
in Top News, ক্ৰীড়া
0 0
IPL ২০২৫ৰ মেগা নিলাম: ক্ৰয় কৰা ১৯ খেলুৱৈয়ে এইবাৰ জয়ৰ সোৱাদ দিবনে RCBক?
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ৰ নিলামত RCB য়ে নিজৰ বলিং বহু পৰিমাণে শক্তিশালী কৰিছে। এই নিলামত মুঠ ১৯ গৰাকী খেলুৱৈ ক্ৰয় কৰিছে RCB য়ে।

আই পি এল ২০২৫ মেগা অকচনৰ দ্বিতীয় দিনা ভুৱনেশ্বৰ কুমাৰৰ সৈতে ডাঙৰ চুক্তি কৰে ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে। ভুৱীক ক্ৰয় কৰি RCB য়ে নিজৰ বলিং আৰু অধিক দৃঢ়তৰ কৰাৰ চেষ্টা কৰিছে।কিয়নো এই দলটোত ইতিমধ্যে হেজলউডৰ দৰে বলাৰো আছে আৰু এতিয়া যেতিয়া ভুৱী আৰু হেজলউডে একেলগে বলিং কৰিব, তেতিয়া স্পষ্টভাৱে বিপক্ষ দলৰ বাবে পৰিস্থিতি ভাল দেখা নাযাব।

১০.৭৫ কোটি টকাত RCB য়ে ক্ৰয় কৰে ভুৱনেশ্বৰ কুমাৰক। ইয়াৰ পূৰ্বে এই দলটোৱে ১২.৫০ কোটিত হেজলউডক ক্ৰয় কৰিছিল, যি এই দলৰ নিলামত আটাইতকৈ দামী খেলুৱৈ। ৬ কোটি টকাত ৰসিক চালামক ক্ৰয় কৰাটো আৰচিবিৰ সৰ্বোত্তম চুক্তি হিচাপে বিবেচিত হৈছে।

ইয়াৰ উপৰিও এই দলটোৱে উইকেটকীপাৰ বেটছমেন জিতেশ শৰ্মা, ফিল ছল্ট আৰু লিয়াম লিভিংষ্টনকো ক্ৰয় কৰিছে, যাৰ বাবে বলিঙৰ লগতে বেটিংও সজীৱ হ’বলৈ আৰম্ভ কৰিছে। ভাৰতীয় উইকেটকীপাৰ জিতেশ শৰ্মাকো RCB য়ে ১১ কোটি টকাৰ বিপুল মূল্যত ক্ৰয় কৰিছিল। এই খেলুৱৈজন মেচ ফিনিছাৰৰ ভূমিকা পালন কৰাত পাকৈত।

৩গৰাকী ৰিটেনচন খেলুৱৈ-

বিৰাট কোহলী (২১ কোটি), ৰজত পাটিদাৰ (১১ কোটি) আৰু যশ দয়াল (৫ কোটি)

RCB ৰ নতুন খেলুৱৈ

লিয়াম লিভিংষ্টন (৮.৭৫ কোটি), ফিল ছল্ট (১১.৫০ কোটি), জিতেশ শৰ্মা (১১ কোটি), হেজলউড (১২.৫০ কোটি), ৰসিক চালাম (৬ কোটি), সুৱাশ শৰ্মা-২.৬ কোটি, ক্ৰুনাল পাণ্ডিয়া- ৫.৭৫ কোটি, ভুৱনেশ্বৰ কুমাৰ-১০.৭৫, মোহিত ৰাথী (৩০ লাখ), অভিনন্দন সিং(৩০ লাখ), লুংগী ঙিদি (১ কোটি)।

Tags: #cricketRCBSports

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025