• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সিণ্ডে নে ফাড়নৱিছ, কোন হ’ব মুখ্যমন্ত্ৰী? মহাৰাষ্ট্ৰৰ ৰাজনীতিত মাত্ৰ এগৰাকী ব্যক্তিয়েই হ’ব CM MAKER

Nation NE by Nation NE
November 27, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সিণ্ডে নে ফাড়নৱিছ, কোন হ’ব মুখ্যমন্ত্ৰী? মহাৰাষ্ট্ৰৰ ৰাজনীতিত মাত্ৰ এগৰাকী ব্যক্তিয়েই হ’ব CM MAKER
Share on FacebookShare on TwitterWhatsApp

২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মহাযুতীৰ দৰ্শনীয় বিজয়ৰ পিছত মুখ্যমন্ত্ৰীৰ নামক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই বৃহৎ মিত্ৰতাত সৰ্বাধিক আসন লাভ কৰা দলসমূহ হ’ল- ভাৰতীয় জনতা পাৰ্টি (বিজেপি), একনাথ সিণ্ডেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি।

গতিকে এইটো স্পষ্ট হৈ উঠিছে তেওঁলোকৰ মাজৰ কোনোবা এজনেই মুখ্যমন্ত্ৰী হ’ব। অৱশ্যে বৰ্তমান মুখ্যমন্ত্ৰী পদৰ বাবে দুগৰাকী প্ৰতিদ্বন্দ্বী আছে – বিজেপিৰ দেৱেন্দ্ৰ ফাড়নৱিছ আৰু শিৱসেনাৰ একনাথ সিণ্ডে। এনে পৰিস্থিতিত অজিত পাৱাৰে মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰাৰ ক্ষেত্ৰত চি এম মেকাৰৰ ভূমিকা পালন কৰিব পাৰে।

মহাযুতীৰ মুঠ ২৩৫খন আসনৰ ভিতৰত বিজেপিয়ে ১৩২খন, শিৱসেনাই ৫৭খন আৰু এনচিপিয়ে ৪১খন আসন লাভ কৰে। এই নিৰ্বাচনী পৰিসংখ্যাবোৰলৈ চালে শিৱসেনা আৰু এন চি পি অবিহনে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে।

চৰকাৰ গঠন কৰিবলৈ হ’লে ১৪৫ৰ যাদুকৰী সংখ্যাৰ প্ৰয়োজন হয়।আনহাতে শিৱসেনা আৰু এন চি পিয়ে একেলগে একো কৰিব নোৱাৰিব, কাৰণ একেলগে তেওঁলোকে মাত্ৰ ৯৮ খন আসনহে সংযোজন কৰিব পাৰিব। অৱশ্যে অজিত পাৱাৰে নিজৰ স্থিতি স্পষ্ট কৰি দিছে যে, দেৱেন্দ্ৰ ফড়নৱিছ মুখ্যমন্ত্ৰী হ’লে তেওঁৰ কোনো সমস্যা নাই।

প্ৰাক্তন মন্ত্ৰী তথা শিৱসেনাৰ কাৰ্যকৰ্তা ৰামদাস কদমে মঙলবাৰে অৰ্থাৎ ২৬ নৱেম্বৰ, ২০২৪ ত কয় যে, অজিত পাৱাৰৰ বাবেই গ্ৰেণ্ড মিত্ৰতাত মুখ্যমন্ত্ৰী পদৰ বাবে দাবী উত্থাপন কৰাৰ শিৱসেনাৰ ক্ষমতা হ্ৰাস পাইছে। কাৰণ এন চি পিৰ মুৰব্বীয়ে দেৱেন্দ্ৰ ফাড়নৱিছ মুখ্যমন্ত্ৰী বুলি হোৱাত তেওঁৰ কোনো আপত্তি নাই।

সোমবাৰে মহাযুতিত অনুষ্ঠিত হোৱা বৈঠকৰ পাছত যেন অজিত পাৱাৰে দেৱেন্দ্ৰ ফড়নৱিছৰ নেতৃত্বত পুনৰবাৰ উপ মুখ্যমন্ত্ৰীৰ পদ ল’বলৈ সাজু হৈছে। ঠিক যেনেকৈ ২০১৯ চনৰ নিৰ্বাচনত ঘটিছিল। কিন্তু ৮০ ঘণ্টাৰ ভিতৰতে বিজেপি চৰকাৰৰ পতন ঘটে। দ্বিতীয়তে, অজিত পাৱাৰে বিবেচনা কৰিব পাৰে যে, যদি একনাথ সিণ্ডে মুখ্যমন্ত্ৰী হয়, তেন্তে আসনৰ পাৰ্থক্যৰ বাবে তেওঁ এন চি পিৰ বাবেও বিজেপিৰ দৰেই একেটা পদৰ দাবী কৰিবলৈ সক্ষম হ’ব।

Tags: Chief ministerElectionMaharashtra

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025