• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বাবে ডাঙৰ জয়! অকলশৰীয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ড

Nation NE by Nation NE
November 30, 2024
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বাবে ডাঙৰ জয়!  অকলশৰীয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ড
Share on FacebookShare on TwitterWhatsApp

প্ৰতিজন ক্ৰিকেট অনুৰাগীৰ দৃষ্টি বৰ্তমান চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ওপৰত। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ আয়োজন  কৰিব পাকিস্তানে।চেম্পিয়নছ ট্ৰফী ২০২৫ ক’ত কেনেকৈ আয়োজন কৰা হ’ব সেই লৈ বিতৰ্ক অব্যাহত আছে।

পিছে আইচিচিয়ে বৰ্তমানেও ঘোষণা কৰা নাই প্ৰতিযোগিতাখনৰ সময়সূচী। ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে, ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা বিবাদ। আচলতে টীম ইণ্ডিয়াই এই টুৰ্ণামেণ্টৰ বাবে পাকিস্তানলৈ যাবলৈ আগ্ৰহী নহয়।

কিন্তু পিচিবি (PAKISTAN CRICKET BOARD)য়ে নিজ দেশতে সমগ্ৰ প্ৰতিযোগিতাখন পৰিচালনা কৰিব বিচাৰিছে। এনে পৰিস্থিতিত আইচিচিয়ে ২৯ নৱেম্বৰত সকলো ব’ৰ্ডৰ বৈঠকৰ আয়োজন কৰিছিল, যাতে এই প্ৰতিযোগিতাখনৰ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা যায়। কিন্তু এই বৈঠক পিছুৱাই দিয়া হৈছে।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সন্দৰ্ভত বৰ্তমান পাকিস্তান ক্ৰিকেট ব’ৰ্ড অকলে থিয় দিছে। যদিহে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই বৈঠকত নিজৰ জোৰত অটল হৈ থাকে, তেন্তে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে।

আশা কৰা হৈছে যে, অহা ২৪-৪৮ ঘণ্টাৰ ভিতৰত ইয়াৰ সমাধান পোৱা যাব আৰু তাৰ পিছত আইচিচিয়েও চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী ঘোষণা কৰিব, কাৰণ এতিয়া এই প্ৰতিযোগিতা আৰম্ভ হ’বলৈ ৩ মাহতকৈও কম সময় বাকী আছে।

উল্লেখ্য যে, আই চি চি টুৰ্ণামেণ্ট আৰু এছিয়া কাপৰ সময়তহে ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে পাকিস্তানেও এছিয়া কাপ ২০২৩ৰ আয়োজকৰ অধিকাৰ লাভ কৰিছিল।

কিন্তু তেতিয়াও ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ কৰা নাছিল। এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত আয়োজন কৰা হৈছিল। তাৰ পিছত টীম ইণ্ডিয়াই শ্ৰীলংকাত সকলো খেল খেলিছিল আৰু ইয়াতেই ফাইনেলও অনুষ্ঠিত হৈছিল। অৰ্থাৎ একেটা সূত্ৰকে আকৌ এবাৰ চেষ্টা কৰিব পাৰি।

Tags: #cricketIndiaSports

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025