• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 12, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব এইডছ দিৱসত জানক HIV ৰ লক্ষণ, চিকিৎসা আদিৰ লগতে HIV সম্পৰ্কে কিছু ভ্ৰান্ত ধাৰণা

Nation NE by Nation NE
December 1, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিশ্ব এইডছ দিৱসত জানক HIV ৰ লক্ষণ, চিকিৎসা আদিৰ লগতে HIV সম্পৰ্কে কিছু ভ্ৰান্ত ধাৰণা
Share on FacebookShare on TwitterWhatsApp

আজি বিশ্ব এইডছ দিৱস। প্ৰতি বছৰে ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। এই ৰোগ আৰু ইয়াৰ চিকিৎসা তথা ইয়াৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী আৰু অভিযানৰ আয়োজন কৰাৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয়।

হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছে (HIV) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰি দুৰ্বল কৰি তোলে। ইয়াৰ লগে লগে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হৈ পৰে আৰু সংক্ৰমণৰ শংকা বৃদ্ধি পায়। HIV পাছলৈ এক্ৱাইৰড ইমিউন’ডেফিচিয়েন্সি চিণ্ড্ৰম (এইডছ) AIDS ৰ ৰূপ লয়।

২০২৪ বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ বিষয়বস্তু অতি বিশেষ। ২০২৪ বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ বিষয়বস্তু হৈছে- “Take the Rights Path”. এই বিষয়বস্তুয়ে HIVত আক্ৰান্তলোকৰ অধিকাৰৰ কথা কয়। এই বিষয়বস্তুৰ দ্বাৰা ২০৩০ চনলৈ বিশ্বৰ পৰা এইডছ শেষ কৰাৰ চেষ্টা চলোৱা হ’ব।

HIV এনে এবিধ সংক্ৰমিত ৰোগ, যাক বিশ্বৰ আটাইতকৈ জটিল ৰোগৰ শ্ৰেণীত অন্তৰ্ভূক্ত কৰিব পাৰি। যদিও চিকিৎসা আৰু সাৱধানতা অৱলম্বন কৰি বহু ক্ষেত্ৰত এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়, কিন্তু এই ৰোগৰ বাবে মৃত্যুৰ হাৰ যে অতি বেছি, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি।

দৰাচলতে এইডছ সম্পৰ্কে এনে এক অনুষ্ঠান আয়োজন কৰাৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে ১৯৮৭ চনত প্ৰস্তাৱ কৰা হৈছিল।বিশ্ব স্বাস্থ্য সংস্থা আৰু UN AIDS য়ে প্ৰথমবাৰৰ বাবে ১৯৮৮ চনত বিশ্ব এইডচ দিৱস পালন কৰিছিল।ইয়াৰ আৰম্ভণি কৰিছিল জেমছ ডব্লিউ বান আৰু থমাছ নেটাৰ।

ইয়াৰ পিছত ১৯৯৬ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ এক কাৰ্যসূচী “UN AIDS”ৰ দ্বাৰা বিশ্ব এইডছ দিৱস উদযাপন কৰাৰ লগতে ইয়াৰ অধীনত বিভিন্ন সজাগতামূলক অনুষ্ঠান আৰু অভিযানৰ আয়োজন কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰা হয়। প্ৰথম অৱস্থাত এই অভিযানৰ বাবে শিশু আৰু যুৱক-যুৱতীসকলক কেন্দ্ৰত ৰখা হৈছিল। কিন্তু পাছলৈ প্ৰতিটো বয়সৰ আৰু লিংগৰ মানুহক এই ৰোগৰ পৰা বচাবলৈ আৰু তেওঁলোকক সজাগ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰা হ’ল।

এই বিষয়টোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি ২০০৭ চনত হোৱাইট হাউছত Red Ribbonক বিশ্ব এইডছ দিৱসৰ প্ৰতীক হিচাপে স্বীকৃতি দিয়া হয় । সেইবাবেই এই দিনটোক “Red Ribbon Day” বুলিও কোৱা হয়।

তাৎপৰ্যপূৰ্ণভাৱে ১৯৫৭ চনত আফ্ৰিকাৰ কংগোত এইডছৰ প্ৰথমটো ৰোগী ধৰা পৰিছিল। এই ৰোগত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যুৰ পিছত যেতিয়া তেওঁৰ তেজ পৰীক্ষা কৰা হৈছিল, তেতিয়া তেওঁ এইডছ ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেজটো চৰ্চালৈ আহিছিল। কিন্তু এই ৰোগে ১৯৮০ চনত “এইডছ” হিচাপে স্বীকৃতি লাভ কৰে। যদি আমি ভাৰতৰ কথা কওঁ, ১৯৮৬ চনত মাদ্ৰাজত আমাৰ দেশত এইডছৰ প্ৰথমটো ৰোগী পোহৰলৈ আহিছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, HIV এটা ভাইৰাচৰ দ্বাৰা হোৱা সংক্ৰমণ। অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত ব্যক্তিৰ তেজৰ জৰিয়তে, সংক্ৰমিত ব্যক্তিয়ে লোৱা বেজি ব্যৱহাৰ কৰিলে, গৰ্ভাৱস্থাত মাতৃৰ পৰা শিশুলৈ আদিকে ধৰি বিভিন্ন ধৰণে এই ৰোগ বিয়পিব পাৰে। অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে এই ৰোগ অধিক হোৱা দেখা যায়।

HIV ৰ লক্ষণ

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এইচ আই ভিৰ লক্ষণ প্ৰতিটো পৰ্যায়তে বেলেগ বেলেগ হয়। ভাইৰাছৰ সংক্ৰমণলৈ অহাৰ প্ৰায় ২-৪ সপ্তাহৰ ভিতৰত শৰীৰত এই ৰোগৰ লক্ষণ দেখা দিয়ে। প্ৰথম অৱস্থাত জ্বৰ, মূৰৰ বিষ, ডিঙিৰ সমস্যা আদিৰ সৃষ্টি হয়। সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে আন লক্ষণসমূহে দেখা দিয়ে।

  • অত্যাধিক হাৰত ওজন কমা।
  • জ্বৰ হোৱা
  • ডায়েৰিয়া আৰু কাঁহ
  • গুৰুতৰ বেক্টেৰিয়াৰ সংক্ৰমণ

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এইডছ সম্পৰ্কে বহু ধৰণৰ ভুল ধাৰণা তথা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ইয়াৰ বাবেই ইয়াক বিশ্বৰ বহু ঠাইত অভিশাপ হিচাপেও দেখা যায় আৰু মানুহে এইডছ ৰোগীৰ পৰা দূৰত্ব বজাই ৰাখে, বৰ্জন কৰে।

HIV ভাইৰাছ বতাহৰ মাজেৰে বিয়পি নাযায়, সংক্ৰমিত ব্যক্তিয়ে কাহ, হাঁচি বা থু পেলোৱাৰ সময়তো বিয়পি নাযায় । ইয়াৰ বাহিৰেও এই সংক্ৰমণ HIV পজিটিভ ব্যক্তিৰ সৈতে চুইমিং পুলত গা ধুলে, কাপোৰ ধুলেও এই ৰোগ বিয়পি নাযায়।

Tags: Healthy lifeHIVMedical Health

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

February 10, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025