• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

12th Fail ছবিৰ জৰিয়তে অনুৰাগীৰ হৃদয় জিনা বিক্ৰান্ত মেছিয়ে বিদায় জনালে অভিনয়ক

Nation NE by Nation NE
December 2, 2024
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
12th Fail ছবিৰ জৰিয়তে অনুৰাগীৰ হৃদয় জিনা বিক্ৰান্ত মেছিয়ে বিদায় জনালে অভিনয়ক
Share on FacebookShare on TwitterWhatsApp

টুৱেল্ভ ফেইল ছবিৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা বিক্ৰান্ত মেছিয়ে শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ জৰিয়তে কৰা এটা পোষ্টে অনুৰাগীৰ হৃদয় ভাঙিছে। মাত্ৰ ৩৭ বছৰ বয়সতে অভিনয় জগতক বিদায় জনোৱাৰ কথা ঘোষণা কৰিছে অভিনেতাজনে।

ছেক্টৰ ৩৬ আৰু হাছিন দিলৰুবাৰ দৰে হিট ছবি দিয়া বিক্ৰান্ত মেছিয়ে ২ ডিচেম্বৰৰ পুৱা অভিনয় কেৰিয়াৰৰ পৰা অৱসৰ ল’ব বুলি ইনষ্টাগ্ৰামৰ জৰিয়তে কৰা ঘোষণাই সকলোকে আচৰিত কৰি তুলিছে।

অভিনেতাজনে ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ লগে লগে তেওঁৰ অনুৰাগী তথা বলিউদৰ চেলিব্ৰেটিসকলে মত ব্যক্ত কৰা আৰম্ভ কৰিছে। সম্প্ৰতি অভিনেতাজনৰ পোষ্টটো ব্যাপকৰূপত ভাইৰেল হৈ আছে।

অভিনেতাজনে হাৰ্ট আৰু হাতজোৰ কৰা ইমোজিৰে লিখিছে যে যোৱা কিছু বছৰ আৰু তাৰ পিছৰ সময়খিনি অদ্ভুট আছিল। মোক সমৰ্থন জনোৱা প্ৰতিগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰিছো।

এজন স্বামী, পিতৃ, পুত্ৰ আৰু অভিনেতাৰূপে তেওঁ নিজৰ ঘৰলৈ উভতি যোৱাৰ সময় আহিছে বুলিও পোষ্টটোত উল্লেখ কৰে অভিনেতাজনে।

উল্লেখ্য যে, সম্প্ৰতি অভিনেতা বিক্ৰান্তে দুখন ছবিত কাম কৰি আছে। এই ছবি দুখন হৈছে ‘য়াৰ জিগৰি’ আৰু ‘আখো কি গুস্তাখিয়া’। আহিবলগীয়া প্ৰজেক্ট সন্দৰ্ভত অভিনেতাজনে উল্লেখ কৰে, ‘গতিকে ২০২৫ চনত আমি ইজনে সিজনক শেষবাৰৰ বাবে লগ পাম। যেতিয়ালৈকে সময় সঠিক নহয়। আগন্তুক ২ খন ছবি আৰু বহু বছৰৰ স্মৃতি। আকৌ এবাৰ ধন্যবাদ।’

অভিনেতাজনে সদায় ঋণী হৈ থাকিব বুলি লিখি পোষ্টটোৰ অন্ত পেলাই। অভিনেতাজনৰ এই পোষ্টটোৰ পিছতে বিভিন্ন অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

Tags: #Bollywood12th FailActingVikrant Massey

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025