• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 13, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৩৮ জনৰ পিতৃ মুন্না কুমাৰ! কেনেকৈ ১৩৮জনৰ পিতৃ হ’ল মুন্না?

Nation NE by Nation NE
December 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
১৩৮ জনৰ পিতৃ মুন্না কুমাৰ! কেনেকৈ ১৩৮জনৰ পিতৃ হ’ল মুন্না?
Share on FacebookShare on TwitterWhatsApp

ভিন্ন ভিন্ন ঘটনাৰ কাৰণে বিহাৰ প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। বিহাৰত এনে বহু কাম কৰা হয় যিয়ে ৰাজ্যখনলৈ প্ৰশংসা কঢ়িয়াই আনে, আনহাতে এনে বহু কাম কৰা হয়, যিয়ে ৰাজ্যখনৰ বাবে বদনাম কঢ়িয়াই আনে।

শেহতীয়াকৈ বিহাৰৰ পৰা এনে এটা খবৰ আহিছে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত অৱস্থিত তিৰহুৰ স্নাতকত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াত ভোটাৰ তালিকাত এক ডাঙৰ অমিল দেখিবলৈ পোৱা গৈছে। আচলতে কথাটো হ’ল, ভোটাৰ তালিকাত শ শ ভোটাৰৰ পিতৃৰ নাম একেটায়ে আহিছে। আনকি মুছলমান ভোটাৰৰ পিতৃৰ নামো একেই।

খবৰ অনুসৰি, ভোটাৰ তালিকাত থকা ১৩৮ জন ভোটাৰৰ পিতৃৰ নাম হৈছে মুন্না কুমাৰ।

এই বিষয়টো ঔৰাই ব্লকৰ ৫৪ নম্বৰ বুথৰ সৈতে জড়িত। ইয়াত ৭২৪ জন ভোটাৰ আছে। ইয়াৰে ১৩৮ জন লোকৰ পিতৃৰ নাম মুন্না কুমাৰ। তিৰহুত স্নাতক সমষ্টিৰ এনেধৰণৰ গাফিলতিত স্তম্ভিত হৈ পৰিছে ৰাইজ। আনকি বিষয়াসকলো এই অসাৱধানতাত আচৰিত হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিহাৰৰ বহু ঠাইত দেখা গৈছিল যে, ভোটাৰ তালিকাত মহিলাক পুৰুষলৈ সলনি কৰা হৈছে। বহু সময়ত ছোৱালীজনীৰ ফটোৰ ঠাইত ল’ৰাৰ ফটো পেষ্ট কৰা হয়।

পিছে বিহাৰৰ এই গোচৰটো বেলেগ। ঔৰৈ ব্লক অফিচে প্ৰকাশ কৰা এই তালিকাত শ শ ভোটাৰৰ পিতৃ মুন্না কুমাৰৰ নাম লিপিবদ্ধ কৰা হৈছে। ইয়াত মুঠ ৭২৪ জন ভোটাৰ আছে। ইয়াৰে ১৩৮ জন লোকৰ পিতৃৰ নাম মুন্না কুমাৰ। এই ভুলৰ বাবে সকলো ভোটাৰ স্তম্ভিত আৰু বিচলিত। প্ৰশাসনৰ এনে গাফিলতিত তীব্ৰ গঢ়িহণা দিছে স্থানীয় ৰাইজে।

অঞ্চলটোৰ ভোটাৰসকলে সন্দেহ কৰিছে যে, হয়তো তেওঁলোকক ভোট দিবলৈ দিয়া নহ’বও পাৰে। খবৰ অনুসৰি, যিসকল ভোটাৰৰ পিতৃৰ প্ৰথম আখৰ ‘ম’, তেওঁলোকৰ নাম ইউনিক’ড ফণ্টৰ ভুলৰ বাবে মুন্না কুমাৰ বুলি পঞ্জীয়ন কৰা হৈছে। খবৰ অনুসৰি, ইয়াক কম্পিউটাৰৰ ভুল বুলি কোৱা হৈছে।

তিৰহুত সংমণ্ডলৰ আয়ুক্ত সৰৱনন এম এয়া কাৰিকৰী ভূল বুলি কৈছে। নিৰ্বাচনৰ পিছত চূড়ান্ত কৰা হ’ব এই কাম। ভুলৰ বাবে কোনো ভোটাৰক ভোটদানৰ পৰা বাধা দিয়া নহ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

Tags: BiharElectionVoter

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025