• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশঃ হিন্দুৰ ওপৰত হোৱা কাণ্ড স্বীকাৰ কৰিলে ইউনুছ চৰকাৰে, ইস্কন সন্দৰ্ভত ডাঙৰ বিবৃতি

Nation NE by Nation NE
December 5, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশঃ হিন্দুৰ ওপৰত হোৱা কাণ্ড স্বীকাৰ কৰিলে ইউনুছ চৰকাৰে, ইস্কন সন্দৰ্ভত ডাঙৰ বিবৃতি
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমন চলি আছে। ইফালে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ প্ৰেছ সচিবৰ পৰা এটা ডাঙৰ বক্তব্য ওলাইছে।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত প্ৰেছ সচিব ছফিকুল ইছলামে বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু হিংসাৰ ঘটনাক মানি লৈছে। সাক্ষাৎকাৰৰ সময়ত ছফিকুল ইছলামে কয় যে হয়, বাংলাদেশত একাংশ হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে কিছু হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু এনেধৰণৰবোৰ ঘটনা সংঘটিত হোৱাটো মই অস্বীকাৰ কৰা নাই।

এই সন্দৰ্ভত তেওঁ কয় যে, বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ প্ৰায় ডেৰ কোটি লোকে বাস কৰে। কিন্তু বাংলাদেশ হিংসাৰ এই ঘটনা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। তেওঁলোকৰ বিৰুদ্ধে সংঘটিত হোৱা ঘটনাক বহু ধৰণে প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছে বুলিও তেওঁ কয়। সংখ্যালঘু লোকৰ সুৰক্ষাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰে বহু সিদ্ধান্ত লৈছে।

ইস্কন সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ স্থিতিও স্পষ্ট কৰি দিছে প্ৰেছ সচিব ছফিকুল আলমে। তেওঁ কয় যে, বাংলাদেশত ইস্কন নিষিদ্ধ কৰা নহ’ব। হিন্দু সাধু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত ইস্কন নিষেধাজ্ঞা সন্দৰ্ভত চলি থকা জল্পনা-কল্পনাক তেওঁ স্পষ্ট কৰি দিছে। সংখ্যালঘু লোকৰ সুৰক্ষাৰ বাবে ইউনুছ চৰকাৰে বহু সিদ্ধান্ত লৈছে, দেশত হিন্দু সম্প্ৰদায়ৰ প্ৰায় ডেৰ কোটি লোক বাস কৰে।

ইফালে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কয় যে, ইউনুছ চৰকাৰে বাংলাদেশত বসবাস কৰা হিন্দু আৰু সংখ্যালঘুসকলক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে। নিউয়ৰ্কৰ এক অনুষ্ঠানৰ সময়ত তেওঁ কয় যে ইউনুছ হৈছে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড। ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে, এই কাৰ্যসূচীৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল।

বাংলাদেশত শ্বেখ হাছিনাৰ পিছত গঠন হোৱা মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰত হিন্দুৰ বিৰুদ্ধে হিংসাৰ ঘটনা বৃদ্ধি পাইছে, শেহতীয়াকৈ ইস্কনৰ চিন্ময় কৃষ্ণ দাসকো গ্ৰেপ্তাৰ কৰা হৈছে। হোয়াইট হাউছৰ মুখপাত্ৰই কয় যে, তেওঁৰ সঁহাৰি হিন্দুসকলৰ আৱেগ আৰু তেওঁলোকৰ সুৰক্ষাৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে।

মুখপাত্ৰ বেদান্ত পেটেলে কয় যে, বাংলাদেশ চৰকাৰে তাত বসবাস কৰা হিন্দু আৰু সংখ্যালঘু জনগোষ্ঠীৰ লোকসকলৰ সুৰক্ষা আৰু সন্মানৰ যত্ন ল’ব লাগে।

Tags: BangladeshChief ministerSheikh Hasina

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025