• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘পুষ্পা ২’ৰ অভূতপূৰ্ব সঁহাৰিৰ মাজতে আল্লু অৰ্জুনৰ বাবে আহিল বেয়া খবৰ

Nation NE by Nation NE
December 5, 2024
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
‘পুষ্পা ২’ৰ অভূতপূৰ্ব সঁহাৰিৰ মাজতে আল্লু অৰ্জুনৰ বাবে আহিল বেয়া খবৰ
Share on FacebookShare on TwitterWhatsApp

আজি দেশজুৰি মুক্তি লাভ কৰিছে আল্লু অৰ্জুনৰ বহু প্ৰতিক্ষীত ছবি পুষ্পা ২: দ্যা ৰুল। মুক্তিৰ এদিন পূৰ্বে অৰ্থাত ৪ ডিচেম্বৰত হায়দৰাবাদত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ। প্ৰিমিয়াৰ চলি থকা সন্ধ্যা ছবিগৃহৰ বাহিৰত অসংখ্য লোকৰ সমাগম হয় আৰু সেই সময়তে হোৱা ঠেলা-হেঁচাত এগৰাকী ৩৯ বছৰীয়া মহিলা অচেতন হৈ পৰে আৰু পিছত মৃত্যুমুখত পৰে।

মৃত মহিলা দুগৰাকীৰ দুটা সন্তানো এই কৰুণ ঘটনাত গুৰুতৰভাৱে আহত হয় আৰু তেওঁলোক সম্প্ৰতি চিকিসাধীন হৈ আছে। এই ঘটনা সন্দৰ্ভত এতিয়া ছবিখনৰ নায়ক আল্লু অৰ্জুনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে।

উল্লেখ্য যে, ছবিখনৰ প্ৰিমিয়াৰ চাবলৈ আল্লু অৰ্জুনৰ সৈতে বহু লোকে ছবিগৃহত প্ৰৱেশৰ চেষ্টা চলাইছিল। যথেষ্ট লোকৰ সমাগম হোৱাত ঘটনাস্থলিত এক অদ্ভুট পৰিৱেশৰ সৃষ্টি হয় আৰু দৰ্শকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনাও কৰিবলৈ বাধ্য হয়।

যথেষ্ট সমাগমৰ বাবে শ্বাহৰুদ্ধ হৈ মৃত্যুমুখত পৰা মহিলাগৰাকীয়ে নিজৰ দুই সন্তান আৰু স্বামীৰ সৈতে ছবিখনৰ প্ৰিমিয়াৰ চাবলৈ সন্ধ্যা ছবিগৃহলৈ গৈছিল।

আৰক্ষীয়ে আল্লু অৰ্জুনৰ বিৰুদ্ধে তেওঁৰ নিৰাপত্তাৰক্ষীৰ দল আৰু সন্ধ্যা ছবিগৃহৰ মেনেজমেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই গোচৰটো মৃত মহিলাগৰাকীৰ পৰিয়ালে আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল কৰিছে।

অভিযোগৰ ভিত্তিত হায়দৰাবাদৰ চিক্কাডপল্লী থানাত আই পি চিৰ ১০৫ আৰু ১১৮ (১) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ইফালে প্ৰিমিয়াৰত আল্লু অৰ্জুনৰ আগমনৰ আগতীয়া তথ্য নিদিয়াৰ লগতে ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে চিনেমা হলৰ পৰিচালনা সমিতিয়ে।

Tags: Allu ArjunPushpa 2South IndiaTollywood

Related Posts

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

শীৰ্ষ সংবাদ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025