• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেৱেন্দ্ৰ ফাড়নাৱিশৰ কেবিনেটত কোন কোন নেতা মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ’ব?

Nation NE by Nation NE
December 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিশ, বিজেপিৰ বিধায়িনী দলৰ বৈঠকত সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে দেৱেন্দ্ৰ ফাড়নাৱিশ। ইয়াৰ পিছত এতিয়া সকলোৰে চকু কেবিনেটৰ ওপৰত নিৱদ্ধ।

বৃহস্পতিবাৰে অৰ্থাৎ ৫ ডিচেম্বৰৰ সন্ধিয়া বিজেপিৰ বিধায়িনী দলৰ নেতা দেৱেন্দ্ৰ ফাড়নাৱিশে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সন্ধিয়া ৫:৩০ বজাত মুম্বাইৰ আজাদ ময়দানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। একে সময়তে তেওঁৰ সহযোগী একনাথ সিণ্ডে আৰু অজিত পাৱাৰেও উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰিও বিজেপি নেতৃত্বাধীন মহাযুটীৰ সহস্ৰাধিক সমৰ্থকে অংশগ্ৰহণ কৰে।

বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ প্ৰায় দুসপ্তাহৰ পিছত ২৩ নৱেম্বৰত আজাদ ময়দানত এই কাৰ্যসূচী আয়োজন কৰা হৈছিল। নাগপুৰ দক্ষিণ পশ্চিম সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা দেৱেন্দ্ৰ ফাড়নাৱিশ তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।

তথ্য অনুসৰি মহাযুটী মিত্ৰজোঁটে কেবিনেট বিভাজন সন্দৰ্ভত এক সূত্ৰ তৈয়াৰ কৰিছে। এইটো সূত্ৰ ৬-১ৰ। অৰ্থাৎ প্ৰতি ৬ জন বিধায়কৰ বাবে এটাকৈ মন্ত্ৰী পদ দিয়া হ’ব। এই ভিত্তিত বিজেপিয়ে ২০ৰ পৰা ২২টা মন্ত্ৰী পদ পাব পাৰে। একনাথ সিণ্ডে ফৈদে ১২টা মন্ত্ৰী পদ পোৱাৰ বিপৰীতে অজিত পাৱাৰ ফৈদে ৯ৰ পৰা ১০টা মন্ত্ৰী পদ পাব পাৰে।

বিজেপিৰ সম্ভাৱ্য মন্ত্ৰী-

  • দেৱেন্দ্ৰ ফাড়নাবিশ (মুখ্যমন্ত্ৰী)
  • ৰাধাকৃষ্ণ বিখে-পাটিল
  • সুধিৰ মুংগনতিৱাৰ
  • চন্দ্ৰকান্ত পাটিল
  • গিৰীশ মহাজন
  • সুৰেশ খাদে
  • ৰবীন্দ্ৰ চাৱন
  • অতুল চেভ
  • মংগল প্ৰভাত লোধা
  • ৰাহুল নাৰ্ভেকাৰ
  • জয়কুমাৰ ৰাৱাল
  • চন্দ্ৰশেখৰ বাৱনকুলে
  • বাবনৰাও লনিকৰ
  • পংকজ মুণ্ডে
  • দেৱানী ফৰাণ্ডে
  • কিছান কাঠোৰ
  • নিতেশ ৰাণে
  • আশীষ শ্বেলাৰ
  • সম্ভাজী নীলাংগেকাৰ
  • ৰাহুল বংশ

শিৱসেনাৰ সম্ভাৱ্য মন্ত্ৰী–

  • একনাথ সিণ্ডে (উপ মুখ্যমন্ত্ৰী)
  • গুলাব্ৰাউ পাটিল
  • দাদাৰ খোলা
  • সঞ্জয় ৰাথোদ
  • উদয় সামন্ত
  • তনাজী সামন্ত
  • আব্দুল ছাত্তাৰ
  • দীপক কেছাৰকাৰ
  • শম্ভুৰাজ দেশাই
  • ভাৰতেছেঠ গগাঁও
  • অৰ্জুন খোটকাৰ
  • সঞ্জয় শিৰসত
  • যোগেশ কদম

এন চি পিৰ সম্ভাৱ্য মন্ত্ৰী-

  • অজিত পাৱাৰ (উপ মুখ্যমন্ত্ৰী)
  • ধনঞ্জয় মুণ্ডে
  • দিলীপ ৱালছ-পাটিল
  • ছগন ভুজবাল
  • হাছান মুশ্বৰীফ
  • ধৰ্মৰাও আত্ৰম
  • অদিতি তাটকাৰে
  • অনিল পাটিল
  • ৰাজকুমাৰ বদোলে
  • মণিকৰাও কোকাতে

শুকুৰবাৰ, ৬ ডিচম্বৰত মহাৰাষ্ট্ৰ বিধানসভাৰ ‘প্ৰটেম অধ্যক্ষ’ হিচাপে শপত গ্ৰহণ কৰিব বিজেপিৰ বিধায়ক কালিদাস কোলামবকাৰে। মহাৰাষ্ট্ৰ বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে শপত গ্ৰহণ কৰিব কোলামবকাৰে। ৯ বাৰৰ বিধায়ক কোলাম্বকাৰে পুৱা পিটিআই-ভাষাৰ সৈতে কথা পাতি থকা অৱস্থাত নিশ্চিত কৰে যে তেওঁ দিনৰ ১ বজাত ৰাজভৱনত ‘প্ৰটেম অধ্যক্ষ’ হিচাপে শপত গ্ৰহণ কৰিব।

‘প্ৰটেম অধ্যক্ষ’ হিচাপে তেওঁ ২৮৮গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত গ্ৰহণ কৰাৰ লগতে ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ১৫ নং বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশনৰ সময়ত বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন পৰিচালনা কৰিব।

অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন, তাৰ পিছত দেৱেন্দ্ৰ ফাড়নাৱিশৰ নেতৃত্বত গ্ৰেণ্ড এলায়েন্স চৰকাৰে ট্ৰাষ্ট ভোট লাভ কৰিব।

Tags: Chief ministerDevendra FadavisMaharashtra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025