• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, September 11, 2025
28 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      মহম্মদ শ্বামী সন্দৰ্ভত ৰোহিত শৰ্মাৰ চাঞ্চল্যকৰ তথ্য, যি কাৰণত অষ্ট্ৰেলিয়াত অনুপস্থিত খেলুৱৈগৰাকী

      Nation NE by Nation NE
      December 8, 2024
      in Top News, ক্ৰীড়া
      0 0
      মহম্মদ শ্বামী সন্দৰ্ভত ৰোহিত শৰ্মাৰ চাঞ্চল্যকৰ তথ্য, যি কাৰণত অষ্ট্ৰেলিয়াত অনুপস্থিত খেলুৱৈগৰাকী
      Share on FacebookShare on TwitterWhatsApp

      এবছৰতকৈও অধিক সময় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকা তাৰকা বেগী বলাৰ মহম্মদ শ্বামীৰ উভতি অহাৰ বাবে অপেক্ষাত আছে টীম ইণ্ডিয়া আৰু ইয়াৰ অনুৰাগী। যোৱা মাহতহে ঘৰুৱা ক্ৰিকেটৰ পৰা উভতি আহিছিল শামী যদিও এতিয়াও তেওঁ টিম ইণ্ডিয়ালৈ ঘূৰি অহাৰ সেউজ সংকেত পোৱা নাই।

      এডিলেইড টেষ্টৰ প্ৰথম আৰু দ্বিতীয় দিনতে টীম ইণ্ডিয়াৰ বলিঙৰ অভিজ্ঞতাৰ অভাৱ স্পষ্ট হৈ পৰিছে। কেৱল জস্প্ৰিত বুমৰাহহে যেন প্ৰভাৱ পেলাইছে।

      আনহাতে যুৱ পেচাৰ হৰ্ষিত ৰাণা সম্পূৰ্ণ অকাৰ্যকৰী হৈ উঠিছে। বুমৰাহৰ সৈতে বিধ্বংসী ৰূপ ধাৰণ কৰিব পৰা ভাৰতীয় দলটোৱে নিজৰ তাৰকা বেগী বলাৰ মহম্মদ শ্বামীক হেৰুৱাই পেলোৱাটো স্পষ্ট হৈ পৰিছে।

      কিন্তু শ্বামীয়ে এতিয়াও অষ্ট্ৰেলিয়াত উপস্থিত হোৱা নাই আৰু এই সন্দৰ্ভত অহৰহ প্ৰশ্ন উত্থাপন হৈ আছে। এডিলেইড টেষ্টত টীম ইণ্ডিয়াৰ পৰাজয়ৰ পাছত অধিনায়ক ৰোহিত শৰ্মাকো এই সন্দৰ্ভত সোধা হৈছিল আৰু ভাৰতীয় অধিনায়কগৰাকীয়ে শ্বামীক পূৰ্বৰ শাৰীৰিক সমস্যাই পুনৰ অসুবিধাৰ সৃষ্টি কৰিছে বুলি এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।

      ৮ ডিচেম্বৰ দেওবাৰে পিংক বল টেষ্ট খেলৰ তৃতীয় দিনাই অষ্ট্ৰেলিয়াই টীম ইণ্ডিয়াক ১০ উইকেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই ১-১ গ’লত শৃংখলা সমতা স্থাপন কৰে। এনে পৰিস্থিতিত অনুৰাগীয়ে আশা কৰিছে যে, মহম্মদ ছামীক তৃতীয়খন টেষ্টৰ বাবে ঘূৰি আহক আৰু টীম ইণ্ডিয়াৰ বলিঙৰ ফৰ্মও ঘূৰি আহক।

      পাৰ্থত খেলা প্ৰথমখন টেষ্ট মেচত বুমৰাহে এককভাৱে নিজৰ মাৰাত্মক বলিঙেৰে দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় আৰু শ্বামীৰ অনুপস্থিতি অনুভৱ কৰিবলৈ নিদিয়ে, যদিও এতিয়া দলটোক শ্বামীৰ অতি প্ৰয়োজন। ১৪ ডিচেম্বৰৰ পৰা ব্রিজবেনত আৰম্ভ হ’ব তৃতীয়খন টেষ্ট৷

      তৃতীয় টেষ্টত খেলাটো শ্বামীৰ বাবে প্ৰায় অসম্ভৱ, কিন্তু সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ কেতিয়া টীম ইণ্ডিয়ালৈ ঘূৰি আহিব। এডিলেইডত পৰাজয়ৰ পাছত সংবাদমেলত এই সন্দৰ্ভত ৰোহিতক সোধা হৈছিল, য’ত ভাৰতীয় অধিনায়কগৰাকীয়ে কয় যে, শৃংখলাৰ মাজভাগত শ্বামীৰ উভতি অহাৰ সম্ভৱনা, যদিও দলটোৱে কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব নিবিচাৰে তেওঁৰ ওপৰত। তেওঁ কয় যে, চৈয়দ মুস্তাক আলী ট্ৰফীৰ মেচ খেলি থাকোঁতে শ্বামীয়ে আঁঠুত আঘাত পায়।

      ৰোহিতে কয় যে, বিচিচিআইৰ চিকিৎসা দলে তেওঁক অহৰহ নিৰীক্ষণ কৰি আছে আৰু টীম ইণ্ডিয়াই তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিতহে যিকোনো সিদ্ধান্ত ল’ব। লগতে ৰোহিতে স্পষ্টকৈ কয় যে, দলেও শ্বামী সম্পূৰ্ণ সুস্থ হৈ অহাটোৱে কামনা কৰি আছে।

      Tags: #cricketROHIT SARMASports

      Related Posts

      ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, জানক কি আলোচনা হৈছিল?
      Top News

      September 11, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      September 11, 2025
      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন
      Top News

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন

      September 10, 2025
      বলিং বিক্ৰমত দিশহাৰা UAE; মাত্ৰ ৪.৩ অভাৰতে বিজয় সাব্যস্ত ভাৰতৰ

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      শীৰ্ষ সংবাদ

      ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, জানক কি আলোচনা হৈছিল?

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      ইলন মাস্কক চেৰ পেলাই বিশ্বৰ ধনাঢ্য ব্যক্তি হ’ল লেৰী এলিছন

      বলিং বিক্ৰমত দিশহাৰা UAE; মাত্ৰ ৪.৩ অভাৰতে বিজয় সাব্যস্ত ভাৰতৰ

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী

      নেপালৰ পিছত এইবাৰ উত্তপ্ত ফ্ৰান্স; চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist