• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণত জোকাৰণি, দামাস্কাছত ইৰাণৰ দূতাবাসত প্ৰৱেশ বিদ্ৰোহীৰ

Nation NE by Nation NE
December 8, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণত জোকাৰণি, দামাস্কাছত ইৰাণৰ দূতাবাসত প্ৰৱেশ বিদ্ৰোহীৰ
Share on FacebookShare on TwitterWhatsApp

ছিৰিয়াৰ পৰা ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ পলায়নৰ পিছত প্ৰায় সমগ্ৰ ছিৰিয়াৰ বিদ্ৰোহী সংগঠনে দখল কৰিছে। বিদ্ৰোহী যোদ্ধাসকলে দামাস্কাছত প্ৰৱেশ কৰাৰ লগে লগে তাত থকা লোকসকলে তেওঁলোকক আদৰি লৈ উদযাপন কৰে।

ছিৰিয়াত বাছাৰ আল আছাদক উৎখাত কৰাটো ইৰাণৰ বাবে এক ডাঙৰ জোকাৰণিতকৈ কম নহয়। পূৰ্বতে ছিৰিয়া চৰকাৰত ইৰাণৰ ডাঙৰ ভূমিকা আছিল আৰু এতিয়া ইয়াত চুন্নী গোটে শাসন কৰিবলৈ অহাৰ পিছতে ইয়াৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ইৰাণৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ছিৰিয়াৰ বিদ্ৰোহীয়ে দামাস্কাছ দখল কৰাৰ পিছতেই ইৰাণৰ দূতাবাসত আক্ৰমণ চলাইছিল। ছ’চিয়েল মিডিয়াৰ ফুটেজত দেখা গৈছে যে, নিহত হিজবুল্লাহৰ নেতা হাছান নছৰল্লাহ আৰু নিহত ইৰাণৰ কুদছ বাহিনীৰ মুৰব্বী কাছেম ছলেমানীৰ বেনাৰ ৰাইজে নষ্ট কৰি পেলাইছে।

ইৰাণৰ দূতাবাসত আক্ৰমণ কৰি বিদ্ৰোহী আৰু তেওঁলোকৰ সমৰ্থক গোটটোৱে ইংগিত দিছে যে ছিৰিয়াৰ নতুন যুগত ইৰাণৰ কোনো স্থান নাই। আনহাতে ইজৰাইলেও ছিৰিয়াৰ সকলো কাৰ্যকলাপৰ ওপৰত চকু ৰাখিছে, ইজৰাইলৰ বিষয়াসকলে কয় যে, বিদ্ৰোহী গোটটোৰ মৌলিক মতাদৰ্শক লৈ চিন্তিত সকলো। ইজৰাইলে আশংকা কৰিছে যে, বিদ্ৰোহী সংগঠনে গোলান উচ্চতাৰ পৰা ইজৰাইলক আক্ৰমণ কৰিব পাৰে।

বাছাৰ আল আছাদ আছিল এজন ছিয়া নেতা, যিয়ে ২৪ বছৰ ধৰি মুছলমান সংখ্যাগৰিষ্ঠ ছিৰিয়াত শাসন কৰিছিল। বহু প্ৰতিবাদক নিৰ্মমভাৱে দমন কৰাৰ ইতিহাস আছে আছাদৰ। বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতো ইৰাণে ছিৰিয়াক সমৰ্থন কৰি থাকে আৰু ২০১১ চনৰ বিদ্ৰোহৰ পিছত আছাদ চৰকাৰৰ অস্তিত্ব ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ছিৰিয়াৰ সেনাক অৰ্থনৈতিক আৰু সামৰিক সহায় আগবঢ়োৱাৰ সমান্তৰালকৈ ইৰাণেও তেওঁলোকক আন বহু ধৰণৰ সহায় আগবঢ়ায়। ২০১১ চনৰ পিছত ৰাছিয়া আৰু ইৰাণৰ সৈতে ছিৰিয়াৰ বন্ধুত্ব গভীৰ হৈ পৰে, যাৰ সহায়ত ই সকলো বিদ্ৰোহক সফলতাৰে নাশ কৰে।

Tags: HizballahIranSyria

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025