• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণত জোকাৰণি, দামাস্কাছত ইৰাণৰ দূতাবাসত প্ৰৱেশ বিদ্ৰোহীৰ

Nation NE by Nation NE
December 8, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণত জোকাৰণি, দামাস্কাছত ইৰাণৰ দূতাবাসত প্ৰৱেশ বিদ্ৰোহীৰ
Share on FacebookShare on TwitterWhatsApp

ছিৰিয়াৰ পৰা ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ পলায়নৰ পিছত প্ৰায় সমগ্ৰ ছিৰিয়াৰ বিদ্ৰোহী সংগঠনে দখল কৰিছে। বিদ্ৰোহী যোদ্ধাসকলে দামাস্কাছত প্ৰৱেশ কৰাৰ লগে লগে তাত থকা লোকসকলে তেওঁলোকক আদৰি লৈ উদযাপন কৰে।

ছিৰিয়াত বাছাৰ আল আছাদক উৎখাত কৰাটো ইৰাণৰ বাবে এক ডাঙৰ জোকাৰণিতকৈ কম নহয়। পূৰ্বতে ছিৰিয়া চৰকাৰত ইৰাণৰ ডাঙৰ ভূমিকা আছিল আৰু এতিয়া ইয়াত চুন্নী গোটে শাসন কৰিবলৈ অহাৰ পিছতে ইয়াৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ইৰাণৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ছিৰিয়াৰ বিদ্ৰোহীয়ে দামাস্কাছ দখল কৰাৰ পিছতেই ইৰাণৰ দূতাবাসত আক্ৰমণ চলাইছিল। ছ’চিয়েল মিডিয়াৰ ফুটেজত দেখা গৈছে যে, নিহত হিজবুল্লাহৰ নেতা হাছান নছৰল্লাহ আৰু নিহত ইৰাণৰ কুদছ বাহিনীৰ মুৰব্বী কাছেম ছলেমানীৰ বেনাৰ ৰাইজে নষ্ট কৰি পেলাইছে।

ইৰাণৰ দূতাবাসত আক্ৰমণ কৰি বিদ্ৰোহী আৰু তেওঁলোকৰ সমৰ্থক গোটটোৱে ইংগিত দিছে যে ছিৰিয়াৰ নতুন যুগত ইৰাণৰ কোনো স্থান নাই। আনহাতে ইজৰাইলেও ছিৰিয়াৰ সকলো কাৰ্যকলাপৰ ওপৰত চকু ৰাখিছে, ইজৰাইলৰ বিষয়াসকলে কয় যে, বিদ্ৰোহী গোটটোৰ মৌলিক মতাদৰ্শক লৈ চিন্তিত সকলো। ইজৰাইলে আশংকা কৰিছে যে, বিদ্ৰোহী সংগঠনে গোলান উচ্চতাৰ পৰা ইজৰাইলক আক্ৰমণ কৰিব পাৰে।

বাছাৰ আল আছাদ আছিল এজন ছিয়া নেতা, যিয়ে ২৪ বছৰ ধৰি মুছলমান সংখ্যাগৰিষ্ঠ ছিৰিয়াত শাসন কৰিছিল। বহু প্ৰতিবাদক নিৰ্মমভাৱে দমন কৰাৰ ইতিহাস আছে আছাদৰ। বিশ্বজুৰি সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতো ইৰাণে ছিৰিয়াক সমৰ্থন কৰি থাকে আৰু ২০১১ চনৰ বিদ্ৰোহৰ পিছত আছাদ চৰকাৰৰ অস্তিত্ব ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ছিৰিয়াৰ সেনাক অৰ্থনৈতিক আৰু সামৰিক সহায় আগবঢ়োৱাৰ সমান্তৰালকৈ ইৰাণেও তেওঁলোকক আন বহু ধৰণৰ সহায় আগবঢ়ায়। ২০১১ চনৰ পিছত ৰাছিয়া আৰু ইৰাণৰ সৈতে ছিৰিয়াৰ বন্ধুত্ব গভীৰ হৈ পৰে, যাৰ সহায়ত ই সকলো বিদ্ৰোহক সফলতাৰে নাশ কৰে।

Tags: HizballahIranSyria

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025