• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংসদত কেন্দ্ৰৰ তথ্য, হাৰ্ট এটেকত হোৱা প্ৰাণহানিৰ আঁৰত নাই ক’ৰোনা ভেকচিন

Nation NE by Nation NE
December 11, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সংসদত কেন্দ্ৰৰ তথ্য, হাৰ্ট এটেকত হোৱা প্ৰাণহানিৰ আঁৰত নাই ক’ৰোনা ভেকচিন
Share on FacebookShare on TwitterWhatsApp

ক’ৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পিছত ভাৰতত হঠাতেই হাৰ্ট এটেকৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কিন্তু সাধাৰণ লোকে এই প্ৰাণহানিৰ মূল কাৰণ হিচাপে বিবেচনা কৰিছে কৰোনা  ভেকচিন।

ইফালে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে, দেশত হাৰ্ট এটেকৰ ফলত হঠাৎ মৃত্যু হোৱা লোকৰ আঁৰৰ মূল কাৰণ ক’ভিড ভেকচিন নহয়।

মঙলবাৰে ৰাজ্যসভাত তথ্য দিওঁতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কয় যে, হঠাৎ হাৰ্ট এটেক হৈ প্ৰাণ হেৰুওৱাৰ বাবে দায়ী নহয় ক’ৰোনাৰ ভেকচিন। ইয়াৰ বাবে স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যসভাত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ গৱেষণাও দাঙি ধৰে।

আইচিএমআৰৰ নেচনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজিয়ে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ সুস্থ লোকৰ ওপৰত এক অধ্যয়ন চলাইছিল।আইচিএমআৰৰ এক প্ৰতিবেদনত ৫টা কাৰকে এনে মৃত্যুৰ বাবে দায়ী বুলি কোৱা হৈছে।

এই গৱেষণা ১৯খন ৰাজ্য আৰু কেইবাখনো কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন চিকিৎসালয়ত কৰা হৈছিল। যিসকল লোক সম্পূৰ্ণ সুস্থ আৰু কোনো ৰোগ নাছিল, সেইসকল লোকক বিবেচনা কৰি আইচিএমআৰে এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সংসদত কয় যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অধ্যয়নৰ পৰা স্পষ্ট হৈ পৰিছে যে ক’ৰোনাৰ ভেকচিনৰ টিকাকৰণে দেশৰ যুৱক-যুৱতী আৰু প্ৰাপ্তবয়স্কৰ হঠাৎ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি কৰা নাই। এই অধ্যয়নৰ পৰা দেখা গৈছে যে, কৰোনা ভেকচিনে এনে মৃত্যুৰ সম্ভাৱনা হ্ৰাস কৰে।

বিগত কেইবছৰমানৰ পৰা দেশত হঠাৎ মৃত্যুৰ আঁৰৰ কাৰণ বুলি ক’ৰোনা ভেকচিন সন্দৰ্ভত যি আশংকাৰ সৃষ্টি হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আইচিএমআৰে এই গৱেষণা চলাইছে। আইচিএমআৰে নিজৰ গৱেষণাত ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন চিকিৎসালয়ক অন্তৰ্ভুক্ত কৰিছিল।

গৱেষণাৰ সময়ত আইচিএমআৰে হঠাতে মৃত্যু হোৱা ৭২৯টা ৰোগীৰ নমুনা হিচাপে লোৱাৰ বিপৰীতে ২৯১৬টা নমুনা লয়, যিবোৰৰ হাৰ্ট এটেকৰ পিছতো প্ৰাণৰক্ষা পৰে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, ক’ৰোনা ভেকচিনৰ এটা বা দুটা ড’জ গ্ৰহণ কৰিলে কোনো কাৰণ নোহোৱাকৈ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী নাড্ডাই কয় যে, ক’ৰোনা টিকাকৰণৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য জানিবলৈ এডভাৰ্চ ইভেণ্ট ফ’ল’ইং ইমিউনাইজেচন (এইএফআই) নামৰ চোৱাচিতা ব্যৱস্থাও সৃষ্টি কৰা হৈছে। টিকাকৰণ কেন্দ্ৰত এনাফিলেক্সিছ কিট উপলব্ধ কৰা হয় আৰু ভেকচিন দিয়াৰ পিছত সকলোকে বাধ্যতামূলকভাৱে ৩০ মিনিটৰ বাবে নিৰীক্ষণত ৰখা হয়।

Tags: CoronaHealth NewsMedical Health

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025