• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংসদত কেন্দ্ৰৰ তথ্য, হাৰ্ট এটেকত হোৱা প্ৰাণহানিৰ আঁৰত নাই ক’ৰোনা ভেকচিন

Nation NE by Nation NE
December 11, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সংসদত কেন্দ্ৰৰ তথ্য, হাৰ্ট এটেকত হোৱা প্ৰাণহানিৰ আঁৰত নাই ক’ৰোনা ভেকচিন
Share on FacebookShare on TwitterWhatsApp

ক’ৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পিছত ভাৰতত হঠাতেই হাৰ্ট এটেকৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। কিন্তু সাধাৰণ লোকে এই প্ৰাণহানিৰ মূল কাৰণ হিচাপে বিবেচনা কৰিছে কৰোনা  ভেকচিন।

ইফালে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে, দেশত হাৰ্ট এটেকৰ ফলত হঠাৎ মৃত্যু হোৱা লোকৰ আঁৰৰ মূল কাৰণ ক’ভিড ভেকচিন নহয়।

মঙলবাৰে ৰাজ্যসভাত তথ্য দিওঁতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কয় যে, হঠাৎ হাৰ্ট এটেক হৈ প্ৰাণ হেৰুওৱাৰ বাবে দায়ী নহয় ক’ৰোনাৰ ভেকচিন। ইয়াৰ বাবে স্বাস্থ্যমন্ত্ৰীয়ে ৰাজ্যসভাত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ গৱেষণাও দাঙি ধৰে।

আইচিএমআৰৰ নেচনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজিয়ে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ সুস্থ লোকৰ ওপৰত এক অধ্যয়ন চলাইছিল।আইচিএমআৰৰ এক প্ৰতিবেদনত ৫টা কাৰকে এনে মৃত্যুৰ বাবে দায়ী বুলি কোৱা হৈছে।

এই গৱেষণা ১৯খন ৰাজ্য আৰু কেইবাখনো কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন চিকিৎসালয়ত কৰা হৈছিল। যিসকল লোক সম্পূৰ্ণ সুস্থ আৰু কোনো ৰোগ নাছিল, সেইসকল লোকক বিবেচনা কৰি আইচিএমআৰে এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সংসদত কয় যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অধ্যয়নৰ পৰা স্পষ্ট হৈ পৰিছে যে ক’ৰোনাৰ ভেকচিনৰ টিকাকৰণে দেশৰ যুৱক-যুৱতী আৰু প্ৰাপ্তবয়স্কৰ হঠাৎ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি কৰা নাই। এই অধ্যয়নৰ পৰা দেখা গৈছে যে, কৰোনা ভেকচিনে এনে মৃত্যুৰ সম্ভাৱনা হ্ৰাস কৰে।

বিগত কেইবছৰমানৰ পৰা দেশত হঠাৎ মৃত্যুৰ আঁৰৰ কাৰণ বুলি ক’ৰোনা ভেকচিন সন্দৰ্ভত যি আশংকাৰ সৃষ্টি হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আইচিএমআৰে এই গৱেষণা চলাইছে। আইচিএমআৰে নিজৰ গৱেষণাত ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন চিকিৎসালয়ক অন্তৰ্ভুক্ত কৰিছিল।

গৱেষণাৰ সময়ত আইচিএমআৰে হঠাতে মৃত্যু হোৱা ৭২৯টা ৰোগীৰ নমুনা হিচাপে লোৱাৰ বিপৰীতে ২৯১৬টা নমুনা লয়, যিবোৰৰ হাৰ্ট এটেকৰ পিছতো প্ৰাণৰক্ষা পৰে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, ক’ৰোনা ভেকচিনৰ এটা বা দুটা ড’জ গ্ৰহণ কৰিলে কোনো কাৰণ নোহোৱাকৈ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী নাড্ডাই কয় যে, ক’ৰোনা টিকাকৰণৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য জানিবলৈ এডভাৰ্চ ইভেণ্ট ফ’ল’ইং ইমিউনাইজেচন (এইএফআই) নামৰ চোৱাচিতা ব্যৱস্থাও সৃষ্টি কৰা হৈছে। টিকাকৰণ কেন্দ্ৰত এনাফিলেক্সিছ কিট উপলব্ধ কৰা হয় আৰু ভেকচিন দিয়াৰ পিছত সকলোকে বাধ্যতামূলকভাৱে ৩০ মিনিটৰ বাবে নিৰীক্ষণত ৰখা হয়।

Tags: CoronaHealth NewsMedical Health

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025