• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০০ দিন পূৰ্বেই শেষ হ’ল ভাৰত-ইংলেণ্ডৰ বাৰ্মিংহাম টেষ্টৰ টিকট

Nation NE by Nation NE
December 11, 2024
in Top News, ক্ৰীড়া
0 0
২০০ দিন পূৰ্বেই শেষ হ’ল ভাৰত-ইংলেণ্ডৰ বাৰ্মিংহাম টেষ্টৰ টিকট

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে বৰ্তমান ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। এই শৃংখলাটোৰ দুখন মেচ অনুষ্ঠিত হৈ গৈছে আৰু দুয়োটা দলে এখন এখন মেচ জয়ী হৈছে। এই শৃংখলাটোৰ অন্তিমখন মেচ অহা বৰ্ষৰ ৩ জানুৱাৰিৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব।

এই শৃংখলাটো অন্ত পৰাৰ পিছতে অহা বৰ্ষৰ জুন মাহত ভাৰতে ভ্ৰমণ কৰিব ইংলেণ্ড। এই সময়ছোৱাত ভাৰতে ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাত অংশ ল’ব। ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পিছতেই আৰম্ভ হ’ব এই শৃংখলাটো।

প্ৰায় ২০০ দিন পিছত আৰম্ভ হ’বলগীয়া এই শৃংখলাটোক লৈ শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে যিটোৱে ক্ৰিকেট অনুৰাগীৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন মেচ বাৰ্মিংহামত অনুষ্ঠিত হ’ব। লাভ কৰা খবৰ অনুসৰি এই মেচখনৰ প্ৰথম চাৰিটা দিনৰ সকলো টিকট বিক্ৰী হৈছে।

ভাৰত বনাম ইংলেণ্ডৰ মাজত হ’বলগীয়া দ্বিতীয়খন মেচ ২০২৫ বৰ্ষৰ ২ জুলাইৰ পৰা আৰম্ভ হ’ব। এই মেচখন আৰম্ভ হ’বলৈ মাজত আছে ২০৩ দিন। ৭ মাহ পূৰ্বেই মেচখনৰ প্ৰথম চাৰিদিনৰ টিকট বিক্ৰী হোৱা খবৰে প্ৰমাণ কৰিছে ভাৰত-ইংলেণ্ডৰ মাজৰ অনুৰাগীৰ মাজত থকা ক্ৰিকেট প্ৰীতি। এতিয়া যদিহে কোনো ক্ৰিকেট অনুৰাগীয়ে মেচখন উপভোগ কৰিব বিচাৰে তেন্তে পঞ্চম দিনৰ বাবেহে টিকট ক্ৰয় কৰিব লাগিব।

এজবেষ্টন ষ্টেডিয়ামৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে মেচখনৰ প্ৰথম চাৰিদিনৰ টিকট ইতিমধ্যেই বিক্ৰী হোৱা বুলি জানিব দিয়ে।

উল্লেখ্য যে, যদিহে এছেজ শৃংখলাক বাদ দিও তেন্তে এইবাৰ প্ৰথমবাৰৰ বাবে এখন মেচৰ প্ৰথম চাৰিদিনৰ টিকট আগতীয়াকৈ বিক্ৰী হোৱাৰ অভিলেখ গঢ়িছে।

ভাৰত-ইংলেণ্ডৰ মাজত হ’বলগীয়া এই শৃংখলাটোক নাম দিছে পাটৌদি ট্ৰফী। শৃংখলাটোৰ প্ৰথমখন মেচ ২০ জুনৰ পৰা লীডছত আৰম্ভ হ’ব।

Tags: BirminghamIndia vs EnglandTest Series

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025