• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব পাৰে আই চি চিয়ে…

      Nation NE by Nation NE
      December 11, 2024
      in Top News, ক্ৰীড়া
      0 0
      পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব পাৰে আই চি চিয়ে…
      Share on FacebookShare on TwitterWhatsApp

      চেম্পিয়নছ ট্ৰফীক লৈ চলি থকা বিতৰ্কই এইবাৰ লৈছে আন এক নতুন মোৰ। অহা বছৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ আয়োজকৰ দায়িত্বত আছে পাকিস্তান। অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই প্ৰতিযোগিতাখনৰ চূড়ান্ত সময়সূচী।

      বিভিন্ন বিতৰ্কৰ বাবে চৰ্চাত থকা এই প্ৰতিযোগিতাখনক লৈ এইবাৰ আহিছে এক ডাঙৰ খবৰ। লাভ কৰা শেহতীয়া খবৰ অনুসৰি এই প্ৰতিযোগিতাখন এদিনীয়াৰ সলনি টি-২০ ফৰ্মেটত হোৱাৰ সম্ভাৱনা আছে।

      আই চি চিৰ গাইডলাইন অনুসৰি প্ৰতিযোগিতাৰ সময়সূচী ১০০ দিন আগতীয়াকৈ ঘোষণা কৰিব লাগে। যদি ২০২৫ চনৰ ১৯ ​​ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী আৰম্ভ হ’য়, তেন্তে ২০২৪ চনৰ ১২ নৱেম্বৰৰ ভিতৰত সূচী ঘোষণা কৰিব লাগিছিল।

      উল্লেখ্য যে, ভাৰতে প্ৰতিযোগিতাখনৰ বাবে পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্তৰ বাবেই সূচী প্ৰকাশ কৰাত পলম হৈছে। ভাৰতৰ এই সিদ্ধান্তৰ বাবে প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হোৱা সন্দৰ্ভতো আলোচনা চলি আছে। এতিয়া সূচী প্ৰকাশৰ পিছতহে জানিব পৰা যাব প্ৰতিযোগিতাখনৰ খেলসমূহ কিদৰে আৰু ক’ত অনুষ্ঠিত হ’ব।

      প্ৰতিযোগিতাখনৰ বাবে হাতত মাত্ৰ আৰু দুটামাহ বাকী থকা অৱস্থাত ভাৰত-পাকিস্তানৰ মাজত চলি থকা বিবাদৰ বাবে প্ৰতিযোগিতাখনৰ সময়সূচী প্ৰকাওশ কৰিব নোৱাৰাত আই চি চিয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। দীৰ্ঘদিনৰ পৰা এদিনীয়া ফৰ্মেটত চলি থকা এই প্ৰতিযোগিতাখনত টি-২০ ফৰ্মেটত অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা চলা বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

      Tags: Champions TrophyICCPakistanT20 Format

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist