• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 14, 2025
29 °c
Guwahati
27 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    পঞ্চায়ত নিৰ্বাচন ২০২৫: কোন জিলাত কাৰ অগ্ৰগতি, সকলো আপডেট….

    আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্ধাৰণ হ’ব প্ৰাৰ্থীৰ ভাগ্য

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আৰ্থিকভাৱে শচীনে মোক যথেষ্ট সহায় কৰিছে : এটা সাক্ষাৎকাৰত এই মন্তব্য বিনোদ কাম্বলীৰ

      Nation NE by Nation NE
      December 13, 2024
      in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
      0 0
      আৰ্থিকভাৱে শচীনে মোক যথেষ্ট সহায় কৰিছে : এটা সাক্ষাৎকাৰত এই মন্তব্য বিনোদ কাম্বলীৰ
      Share on FacebookShare on TwitterWhatsApp

      ক্ৰিকেট এৰাৰ পিছৰে পৰা অত্যধিক সুৰাপান কৰাৰ কথা অকপটে স্বীকাৰ কৰিছে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়ে। মদ্যপানৰ নিচা দূৰ কৰিবলৈ তেওঁ ৰিবেহ চেণ্টাৰ যাবলৈও সন্মত হোৱা বুলি জানিব পৰা গৈছে।

      এটা অনুষ্ঠানত অংশ লৈ প্ৰাক্তন ক্ৰিকেটাৰ কাম্বলীয়ে নিজৰ স্বাস্থ্য, আৰ্থিক দুৰৱস্থা, মদ্যপান আৰু ৰিহেব সন্দৰ্ভতো সকলো বিৱৰি কোৱা পৰিলক্ষিত হয়।

      উল্লেখ্য যে, কিছুদিন পূৰ্বে এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত কাম্বলীক শাৰিৰীকভাৱে যথেষ্ট অসুস্থ দেখা গৈছিল। ভাইৰেল হোৱা সেই ভিডিঅ’টো কাম্বলীয়ে তেওঁৰ ক্ৰিকেটৰ গুৰু ৰমাকান্ত আচৰেকাৰৰ স্মৃতিত আয়োজিত এক অনুষ্ঠানত অংশ ল’বলৈ যোৱা সময়ৰ আছিল। সেই অনুষ্ঠানত উপস্থিত আছিল কাম্বলীৰ একালৰ সতীৰ্থ তথা বন্ধু শচীন তেণ্ডুলকাৰো।

      ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ মাত্ৰ কেইদিনমানৰ পিছতে কাম্বলীৰ এই সাক্ষাৎকাৰটো লোৱা হৈছে য’ত কাম্বলীয়ে নিজৰ সকলো কথা বিৱৰি কোৱা পৰিলক্ষিত হয়।

      সাক্ষাৎকাৰটোত কাম্বলীয়ে তেণ্ডুলকাৰৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভতো মুকলিকৈ মত ব্যক্ত কৰে। তেওঁ শচীন সন্দৰ্ভত কয়, ‘আমি সৰুৰে পৰা একলগে আছিলো’।

      উল্লেখ্য যে, শচীন আৰু কাম্বলীয়ে সৰুৰে পৰা গুৰু আছৰেকাৰৰ ওচৰত ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰিছিল। এই দুয়োগৰাকী ক্ৰিকেটাৰে একেলগে ভাৰতীয় দলকো প্ৰতিনিধিত্ব কৰিছিল। অৱশ্যে পিছলৈ দুয়োজনৰ ক্ৰিকেট কেৰিয়াৰ অন্য এক দিশলৈ গতি কৰে।

      এটাৰ পিছত আন এটা সফলতাৰ বাবে শচীন ক্ৰিকেটৰ কিংবদন্তীত পৰিণত হয় আৰু কেৰিয়াৰৰ আৰম্ভণিতে ব্যাপক সফলতা অৰ্জন কৰা কাম্বলীয়ে পিছলৈ ম্লান হৈ পৰে।

      উল্লেখ্য যে, ২০০৯ চনত বিনোদ কাম্বলীয়ে সংবাদ মাধ্যমৰ ওপৰত মন্তব্য কৰিছিল যে তেণ্ডুলকাৰে তেওঁক কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই। কিন্তু শেহতীয়াকৈ দিয়া সাক্ষাতকাৰটোত শচীনে তেওঁক সকলো ধৰণৰ সহায়-সহযোগিতা কৰা বুলি মন্তব্য কৰিছে।

      তেওঁ কয়, ‘তেওঁ সকলো কৰিছে, বহুত সহায় কৰিছে, লীলাৱতী হাস্পতালত মোৰ দুটা অস্ত্ৰোপচাৰ হৈছে, এই সকলোতে তেওঁ আৰ্থিকভাৱে সহায় কৰিছে’।

      Tags: #cricketSachin TendulkarVinod Kambli

      Related Posts

      সিন্ধুৰ পানীৰ বাবে আঁঠু ল’লে পাকিস্তানে; পত্ৰৰ জৰিয়তে কাতৰ অনুৰোধ ভাৰতক
      Top News

      May 14, 2025
      দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      গ্ৰীষ্মকালত শৰীৰক পুষ্টি প্ৰদান কৰিবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য…

      May 14, 2025
      প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!
      Top News

      তুৰ্কিত পুটিনৰ সৈতে আলোচনাৰ পূৰ্বে ইউক্ৰেইনৰ কাণ্ড, যুদ্ধবিৰতিত ১২৪০ জন ৰাছিয়ান সৈনিকৰ প্ৰাণহানি

      May 14, 2025
      পাকিস্তানক সমৰ্থনৰ ফল ভুগিব তুৰ্কীয়ে! ভাৰত চৰকাৰে লব এক্সন
      Top News

      পাকিস্তানক সমৰ্থনৰ ফল ভুগিব তুৰ্কীয়ে! ভাৰত চৰকাৰে লব এক্সন

      May 14, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      অসম

      আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

      May 14, 2025

      শীৰ্ষ সংবাদ

      সিন্ধুৰ পানীৰ বাবে আঁঠু ল’লে পাকিস্তানে; পত্ৰৰ জৰিয়তে কাতৰ অনুৰোধ ভাৰতক

      দিল্লী কেপিটেলছত চুক্তিবদ্ধ হ’ল বাংলাদেশৰ এগৰাকী ক্ৰিকেটাৰ

      গ্ৰীষ্মকালত শৰীৰক পুষ্টি প্ৰদান কৰিবলৈ গ্ৰহণ কৰক এইসমূহ খাদ্য…

      তুৰ্কিত পুটিনৰ সৈতে আলোচনাৰ পূৰ্বে ইউক্ৰেইনৰ কাণ্ড, যুদ্ধবিৰতিত ১২৪০ জন ৰাছিয়ান সৈনিকৰ প্ৰাণহানি

      পাকিস্তানক সমৰ্থনৰ ফল ভুগিব তুৰ্কীয়ে! ভাৰত চৰকাৰে লব এক্সন

      আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist