• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, August 3, 2025
26 °c
Guwahati
26 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…

    শিৱসাগৰত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ; আটক আজিজুল নামৰ দালাল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কেনে যাব আজিৰ দিনটো… জানো আহক আজিৰ ৰাশিফল

    এইবাৰ বিশ্বনাথত চলিব বুলড’জাৰ; চৰকাৰী ভূমি খালী কৰিবলৈ ৩০৭টা পৰিয়াললৈ জাননী

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; তালিকাত অসমৰ উৎপল দত্ত

    এক বিশেষ কাৰ্যসূচীৰ বাবে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিঞাৰ দাদাগিৰি, খেদি খেদি প্ৰহাৰ কৰে অসমীয়া যুৱকজনক…

    একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ক্ৰিকেটৰ বাবে আধাতে পঢ়া এৰা ছিমৰন হ’ল কোটিপতি

      Nation NE by Nation NE
      December 15, 2024
      in Top News, ক্ৰীড়া
      0 0
      ক্ৰিকেটৰ বাবে আধাতে পঢ়া এৰা ছিমৰন হ’ল কোটিপতি
      Share on FacebookShare on TwitterWhatsApp

      এটা মুহূৰ্তৰ ভিতৰতে জীৱন সলনি হ’ল বস্তিত জীৱন অতিবাহিত কৰা এগৰাকী ছোৱালীৰ। বিশ্বৰ অন্যতম বৃহৎ বস্তি হিচাপে পৰিচিত মুম্বাইৰ ধাৰাৱীত নিজৰ বয়সতকৈ ডাঙৰ ল’ৰাৰ সৈতে ক্ৰিকেট খেলি ডাঙৰ-দীঘল হোৱা ছিমৰন শ্বেখ পৰিণত হ’ল ২০২৫ বৰ্ষৰ ওমেনছ প্ৰিমিয়াৰ লীগৰ বাবে হোৱা নিলামৰ আটাইতকৈ দামী ক্ৰিকেটাৰ।

      ডব্লিউ পি এলৰ আগন্তুক ছিজনৰ বাবে আজি অনুষ্ঠিত হোৱা নিলামত গুজৰাট জায়েণ্টছ দলে শ্বেইখক ভিত্তি মূল্যতকৈ ১৯ গুণ বেছি অৰ্থাত ১ কোটি ৯০ লাখ টকাত চুক্তিবদ্ধ কৰে।

      উল্লেখ্য যে, ছিমৰনে পঢ়া-শুনা এৰি ক্ৰিকেট খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰতিভাশালী ক্ৰিকেটাৰ ছিমৰনক গুজৰাটে ভিত্তি মূল্যতকৈ ১৯ গুণ বেছি মূল্যত ক্ৰয় কৰিছে।

      নিলামত ছিমৰন শ্বেইখৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে দৰদাম কৰিছিল দিল্লী কেপিটেলছে। দিল্লীয়ে ১০ লাখ টকাৰে নিবিদা আৰম্ভ কৰে। এইটোৱেই আছিল ছিমৰানৰ ভিত্তি মূল্য। ইয়াৰ পিছত গুজৰাট জায়েন্টছে এই নিবিদাত যোগদান কৰে। দিল্লীয়ে ১.৮০ কোটি টকালৈ দিছিল যদিও গুজৰাটে ১.৯০ কোটি টকাৰ নিবিদা দি ছিমৰনক দলত অন্তৰ্ভুক্ত কৰে।

      Tags: Gujarat GiantsSimran ShaikhWPL

      Related Posts

      বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…
      Top News

      August 3, 2025
      মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি

      নমুনা পৰীক্ষাৰ বাবে নতুন গাইডলাইন আনিব কেন্দ্রীয় চৰকাৰে, দিল্লী উচ্চ ন্যায়ালয়ত দিয়া তথ্য…

      ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা ট্ৰাম্পৰ
      Top News

      ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ পদক্ষেপ, এইবাৰ লেবাৰ ষ্টেটিষ্টিকছৰ মুৰব্বীক বৰ্খাস্ত, কিয় এই পদক্ষেপ?

      August 3, 2025
      ভাৰতলৈ মেছি! কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ সৈতে অংশ ল’ব ক্ৰিকেট মেচত
      Top News

      ভাৰতলৈ মেছি! কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ সৈতে অংশ ল’ব ক্ৰিকেট মেচত

      August 3, 2025
      উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…
      Top News

      উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…

      August 3, 2025

      শীৰ্ষ সংবাদ

      বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ ‘বিজয় সংকল্প সভা’…

      মহিলা শিক্ষয়িত্ৰীৰে অপকৰ্ম বিদ্যালয়ৰ অধ্যক্ষৰ, স্বামীলৈ প্ৰেৰণ কৰে ছবি

      নমুনা পৰীক্ষাৰ বাবে নতুন গাইডলাইন আনিব কেন্দ্রীয় চৰকাৰে, দিল্লী উচ্চ ন্যায়ালয়ত দিয়া তথ্য…

      ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ পদক্ষেপ, এইবাৰ লেবাৰ ষ্টেটিষ্টিকছৰ মুৰব্বীক বৰ্খাস্ত, কিয় এই পদক্ষেপ?

      ভাৰতলৈ মেছি! কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰৰ সৈতে অংশ ল’ব ক্ৰিকেট মেচত

      উদীয়মান ব্যৱসায়ীক শেষ কৰিবলৈ পত্নী-কন্যাই দিলে চুপাৰী, সোণৰ গহনা আৰু কেইবা লাখ টকা দি হসোণৰ গহনা আৰু কেইবা লাখ টকা দি হ*ত্যা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist