• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাছিয়ালৈ আছাদৰ ২৫ কোটি ডলাৰ

Nation NE by Nation NE
December 17, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণত জোকাৰণি, দামাস্কাছত ইৰাণৰ দূতাবাসত প্ৰৱেশ বিদ্ৰোহীৰ
Share on FacebookShare on TwitterWhatsApp

ছিৰিয়াত বাছাৰ আল আছাদ চৰকাৰক উৎখাত কৰাৰ প্ৰায় ১০ দিন পাৰ হৈ গৈছে। ইয়াৰ পিছতেই এক ডাঙৰ তথ্য পোহৰলৈ আহিছে।

ৰাছিয়াই কেৱল সামৰিক আৰু কৌশলগত ঘাটিৰ ব্যৱস্থা কৰি ছিৰিয়াত বাছাৰ আল আছাদক সহায় কৰাই নহয়, ইয়াৰ বাবে আছাদ চৰকাৰেও বিপুল পৰিমাণৰ ধন দিছিল।

এক প্ৰতিবেদন অনুসৰি গৃহযুদ্ধৰ সময়ত ২০১৮ চনৰ পৰা ২০১৯ চনৰ ভিতৰত আছাদ চৰকাৰে মস্কোলৈ প্ৰায় ২৫ কোটি ডলাৰ (প্ৰায় ২১২০ কোটি টকা) নগদ ধন হস্তান্তৰ কৰিছিল। এই ধন হস্তান্তৰ কৰিবলৈ ডলাৰ আৰু ইউৰো ব্যৱহাৰ কৰা হৈছিল, আনহাতে এই সময়ছোৱাত ছিৰিয়া নিজেই বিদেশী মুদ্ৰাৰ সংকটৰ সন্মুখীন হৈছিল।

ৰাষ্ট্ৰীয় অস্ত্ৰ ৰপ্তানি কোম্পানী ৰ’ছ’ব’ৰ’নেক্সপ’ৰ্টৰ নিয়ন্ত্ৰণত ৰাছিয়াৰ ৰাছিয়ান ফাইনেন্সিয়েল কৰ্প’ৰেশ্যন বেংক (আৰ এফ কে)ত জমা হৈছিল এই নগদ ধন। প্ৰতিবেদন অনুসৰি, এই নগদ ধন হস্তান্তৰ সেই সময়ত কৰা হৈছিল যেতিয়া ছিৰিয়াত বাছাৰ আল আছাদৰ চৰকাৰ সম্পূৰ্ণৰূপে ৰাছিয়াৰ সামৰিক সহায়ৰ ওপৰত নিৰ্ভৰশীল আছিল।

আছাদ চৰকাৰে নগদ ধন কঢ়িয়াই কেইবাখনো বিমান ৰাছিয়ালৈ প্ৰেৰণ কৰিছে। উদাহৰণস্বৰূপে, ২০১৯ চনৰ ১৩ মে’ত নগদ ১ কোটি ডলাৰ (প্ৰায় ৮৫ কোটি) টকা লৈ এখন বিমান মস্কো পালেগৈ।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ছিৰিয়াৰ কেন্দ্ৰীয় বেংকে বিমানযোগে মস্কোলৈ ২ কোটি ইউৰো (প্ৰায় ১৭৮ কোটি টকা) প্ৰেৰণ কৰিছিল। ২০১৮ চনৰ মাৰ্চৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ২১খন বিমানৰ জৰিয়তে মুঠ ২৫ কোটি ডলাৰ (প্ৰায় ২১২০ কোটি টকা) প্ৰেৰণ কৰা হৈছিল। কিন্তু এই লেনদেনৰ পূৰ্বে ২০১১ চনত আৰম্ভ হোৱা গৃহযুদ্ধৰ সময়ত ছিৰিয়াই কেতিয়াও ৰাছিয়ালৈ নগদ ধন প্ৰেৰণ কৰা নাছিল।

Tags: RussiaSyriaWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025