• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপেক্ষাৰ অন্ত! ICC ৰ ২০২৫ ৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা; ৯ মাৰ্চত ফাইনেল

Nation NE by Nation NE
December 17, 2024
in Top News, ক্ৰীড়া
0 0
অপেক্ষাৰ অন্ত! ICC ৰ ২০২৫ ৰ চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা; ৯ মাৰ্চত ফাইনেল
Share on FacebookShare on TwitterWhatsApp

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আজি ঘোষণা কৰিব পাৰে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ সূচী। বিগত বহু দিন ধৰি প্ৰতিযোগিতাৰ সূচীৰ বাবে অপেক্ষাৰত আছিল এই বিশ্বব্যাপী।

উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ​​ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫।  আনহাতে প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব ৯ মাৰ্চত।

২০২৫ত চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিছে পাকিস্তানে। প্ৰায় তিনিমাহ পূৰ্বে পাকিস্তানে ICC লৈ এই প্ৰতিযোগিতাৰ ড্ৰাফ্ট সূচী প্ৰেৰণ কৰিছিল। পাকিস্তানে লাহোৰত ভাৰতৰ বিৰুদ্ধে খেলখনৰ সময় নিৰ্ধাৰণ কৰিছিল যদিও নিৰাপত্তাজনিত কাৰণত ভাৰতে টীম ইণ্ডিয়াক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত BCCI আৰু PCB ৰ মাজত দীৰ্ঘদিনীয়া সংঘাতৰ সৃষ্টি হৈছিল।

ভাৰতে চেম্পিয়নছ ট্ৰফীৰ বাবে হাইব্ৰিড মডেল আগবঢ়াইছিল, যদিও পাকিস্তানে প্ৰথমে নাকচ কৰিছিল। কিন্তু কিছুদিন পূৰ্বে PCB য়ে কিছু চৰ্তৰে হাইব্ৰিড মডেলত অনুমোদন জনাইছিল।

BCCI আৰু PCB ৰ মাজত হোৱা চুক্তিৰ পিছত সিদ্ধান্ত লোৱা হয় যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী মেচসমূহ পাকিস্তান আৰু ডুবাইত হাইব্ৰিড মডেলৰ অধীনত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত টীম ইণ্ডিয়াৰ খেলসমূহ ডুবাইত অনুষ্ঠিত হ’ব।

পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ ১০খন খেল আয়োজন কৰিব। যদিহে ভাৰতীয় দলটোৱে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে, তেন্তে ইয়াৰ নকআউট মেচসমূহো ডুবাইত অনুষ্ঠিত হ’ব। যদিহে নকআউট পৰ্যায়ৰ পূৰ্বে টীম ইণ্ডিয়া বাহিৰ হয়, তেন্তে লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব ছেমি ফাইনেল আৰু ফাইনেল।

Tags: #cricketBCCICC

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025