• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিষ্ণু ৰাভাৰ পুত্ৰই কোৱা ‘গডফাডাৰ’ জন কোন?

হেমৰাজ ৰাভাৰ এটা ফেচবুক পোষ্ট

Nation NE by Nation NE
June 24, 2024
in Top News, অসম
0 0
বিষ্ণু ৰাভাৰ পুত্ৰই কোৱা ‘গডফাডাৰ’ জন কোন?

হেমৰাজ ৰাভাৰ ফেচবুক পোষ্ট

Share on FacebookShare on TwitterWhatsApp

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ এটা ফেচবুক পোষ্টে তোলপাৰ লগাইছে ৰাজ্য। বহু বিতৰ্কিত বিষয় উল্লেখ কৰি ‘গডফাডাৰ’ বুলি কোনো এজন লোকক অভিহিত কৰিছে।

অতীতৰ বহু কথাৰে ফেচবুকত কেইবাটাও বিষয় উত্থাপন কৰিছে বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই। ‘গডফাডাৰ’ বুলি অভিহিত কৰা লোকজন কোন? তাকে লৈ হেমৰাজ ৰাভাই পোষ্টত কমেণ্ট কৰিছে শ শ লোকে। ‘গডফাডাৰ’ আচলতে কাক ক’ব বিচাৰিছে সেয়া এতিয়াও ৰহস্য।

ফেচবুক পোষ্টটোত দিয়া প্ৰশ্নসমূহ হৈছেঃ-
১। কোন সেইজন গ’ড ফাদাৰ যিজনৰ নিৰ্দেশত ১৯৮৩ত বিষ্ণু ৰাভাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰিছিল?
২। কোন সেইজন গ’ড ফাদাৰ যিজনৰ নিৰ্দেশত বিষ্ণু ৰাভাৰ পত্নী মোহিনী ৰাভাই বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয়ৰ বাবে তেজপুৰৰ চহৰৰ মাজ মজিয়াত ২বিঘা মাটি চৰকাৰৰ পৰা বিচাৰোতে সেই বিতৰ্কিত ঘৰটোলৈ আঙুলিয়াই তেজপুৰৰ এচাম সাংবাদিকৰ হতুৱাই ভাইৰেল কৰিলে?
৩। কোন সেইজন গ’ড ফাদাৰ যিজনৰ নিৰ্দেশত তেজপুৰ চৰকাৰী বালক বিদ্যালয়ৰ শত বাৰ্ষিকীৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবলৈ গ’লে বিষ্ণু ৰাভাৰ পত্নী মোহিনী ৰাভাক গুৰুলা গুৰুলকৈ মাৰা হ’ব বুলি মোহিনী ৰাভাৰ ঘৰত আহি সাৱধান বাণী শুনাই গৈছিল?
৪। কোন সেইজন গ’ড ফাদাৰ যিজনৰ নিৰ্দেশত মাত্ৰ ৪১৭/-টকা খাজনাৰ বাবে বিষ্ণু ৰাভাৰ ঘৰ পৌৰ সভাই নিলাম কৰিবলৈ আহিছিল?
৫। কোন সেইজন গ’ড ফাদাৰ যিজনৰ নিৰ্দেশত বিষ্ণু ৰাভাৰ সমাধি নিৰ্মাণত তেজপুৰৰ এচামে বাধা দিছিল?
৬। কোন সেইজন গ’ড ফাদাৰ যিজনৰ নিৰ্দেশত তেতিয়াৰ শোণিতপুৰৰ উপায়ুক্ত স্বৰ্গীয় নৱ চেতিয়াদেৱে বিষ্ণু ৰাভাৰ সমাধিৰ বাবে অনুমোদন জনোৱা ১লাখ টকা বন্ধ কৰিছিল?
৭। কোন সেইজন গ’ড ফাদাৰ যিজনৰ নিৰ্দেশত উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই ৰাজহুৱা সভাত তেজপুৰৰ জয়মতী পথাৰৰ কাষত বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয়ৰ বাবে মাটি আৱণ্টন দি পুনৰ ঘুৰাই ল’লে?
অনুগ্ৰহ কৰি আপুনি স্বইচ্ছাই অসমৰ ৰাইজৰ সন্মুখত আত্মপ্ৰকাশ কৰক। অসমৰ ৰাইজে আপোনাৰ পদজল মূৰত লবলৈ বৰ আশাৰে ৰৈ আছে।আমি আপোনাৰ অধীনত থাকি গৌৰৱ অনুভৱ কৰিছোঁ।

অতীতৰ এই সাতটা বিতৰ্কিত বিষয় উত্থাপন কৰিছে হেমৰাজ ৰাভাই। আচলতে হেমৰাজ ৰাভাই ‘গডফাডাৰ’ বুলি কোৱা লোকজন কোন সেই লৈ অপেক্ষা কৰিছে অসমৰ ৰাইজে।

হেমৰাজ ৰাভাৰ ফেইচবুক প’ষ্ট

Tags: #bishnuprasadrabha #tezpur #assam

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025