• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 16, 2025
27 °c
Guwahati
26 ° Sun
29 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী

    গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

    মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন

    পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    ২৪ ঘণ্টাত ১২ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      হাবিৰ মাজত এখন বাহন, বাহনৰ ভিতৰত ৫২ কেজি সোণ আৰু কোটি কোটি টকা… পঢ়ক সবিশেষ

      Nation NE by Nation NE
      December 20, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      হাবিৰ মাজত এখন বাহন, বাহনৰ ভিতৰত ৫২ কেজি সোণ আৰু কোটি কোটি টকা… পঢ়ক সবিশেষ
      Share on FacebookShare on TwitterWhatsApp

      মধ্য প্ৰদেশৰ ৰাজধানী ভোপালত আয়কৰ বিভাগে লাভ কৰিছে বৃহৎ এক সফলতা। আয়কৰ বিভাগৰ অভিযানত জব্দ হৈছে ৫২ কিলোগ্ৰাম সোণ আৰু নগদ ৯.৮৬ কোটি টকা। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযানকাৰী দলটোৱে জংঘলত অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা এই বৃহৎ পৰিমাণৰ সোণ আৰু নগদ ধনখিনি জব্দ কৰিবলৈ সক্ষম হয়।

      বাহনখনৰ পৰা ইমান বৃহৎ পৰিমাণৰ ধন আৰু সোণ দেখি আয়কৰ বিভাগৰ অভিযানকাৰী দলটোও হতভম্ব হৈ পৰে। বৰ্তমান এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

      জানিব পৰা অনুসৰি, ভোপালৰ সমীপৰ মেণ্ডোৰী জংঘলত এখন বাহন থকাৰ খবৰ লাভ কৰাৰ পিছতেই আয়কৰ বিভাগৰ দলটোৱে সেই স্থানত উপস্থিত হয়। অভিযানকাৰী দলটোৱে বাহনখনত তালাচী চলোৱাত এই বৃহৎ পৰিমাণৰ সোণ আৰু নগদ ধনখিনি উদ্ধাৰ হয়। এই অভিযানৰ সময়ত আয়কৰ বিভাগৰ লগত আছিল প্ৰায় ১০০ জনীয়া আৰক্ষীৰ এটা দল।

      অৱশ্যে এই সোণ আৰু ধনখিনিৰ গৰাকী কোন সেয়া এই পৰ্যন্ত জানিব পৰা নাই যদিও জব্দকৃত সোণ আৰু ধনখিনি নিজৰ জিম্মাত লৈ আয়কৰ বিভাগে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে।

      Tags: BhopalForestIncome Tax

      Related Posts

      ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী
      Top News

      May 16, 2025
      গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?
      Top News

      গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

      May 16, 2025
      টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৰোহিত শৰ্মাক বিশেষ সন্মান মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ
      Top News

      টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৰোহিত শৰ্মাক বিশেষ সন্মান মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ

      May 16, 2025
      মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন
      Top News

      মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন

      May 16, 2025
      পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা
      Top News

      পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

      May 16, 2025
      নিশা টোপনি যোৱাৰ পূৰ্বে ভুলতো গ্ৰহণ কৰিব নালাগে এই খাদ্য…

      শীৰ্ষ সংবাদ

      ই-ৰিক্সাত উঠোতে সাৱধান! ৰঙিয়াত চালকৰ কামনাৰ বলি হ’ল এগৰাকী ২৪ বছৰীয়া যুৱতী

      গাহৰি বিক্ৰীত নিষেধাজ্ঞা অসমৰ এইখন জিলাত; কিন্তু কিয়?

      টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৰোহিত শৰ্মাক বিশেষ সন্মান মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ

      মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন

      পাকিস্তানৰ সমৰ্থনত প’ষ্ট শ্বেয়াৰ কৰি গোসাঁইগাঁৱত গ্ৰেপ্তাৰ এজন প্ৰবক্তা

      নিশা টোপনি যোৱাৰ পূৰ্বে ভুলতো গ্ৰহণ কৰিব নালাগে এই খাদ্য…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist