• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
18 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোন হ’ব জয় শ্বাহৰ উত্তৰাধিকাৰী? বিচিচিআইয়ে চূড়ান্ত কৰিলে তাৰিখ…

Nation NE by Nation NE
December 20, 2024
in Top News, ক্ৰীড়া
0 0
কোন হ’ব জয় শ্বাহৰ উত্তৰাধিকাৰী? বিচিচিআইয়ে চূড়ান্ত কৰিলে তাৰিখ…
Share on FacebookShare on TwitterWhatsApp

চলিত বৰ্ষৰ ১ ডিচেম্বৰত জয় শ্বাহে আইচিচিৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিশ্বৰ শক্তিশালী ক্ৰিকেট ব’ৰ্ড বিচিচিআইৰ স্থায়ী সচিব পদটো খালী হৈ আছে। মাত্ৰ কিছুদিন পূৰ্বে ব’ৰ্ডৰ অধ্যক্ষ ৰ’জাৰ বিন্নীয়ে অসমৰ দেৱজিত শইকীয়াক ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব প্ৰদান কৰি অতি শীঘ্ৰে স্থায়ী নিযুক্তি দিয়াৰ প্ৰচেষ্টা চলোৱা হ’ব বুলিও উল্লেখ কৰিছিল।

ইফালে স্থায়ী নিযুক্তি সন্দৰ্ভত প্ৰকাশ পোৱা খবৰ অনুসৰি, অহা বৰ্ষৰ ১২ জানুৱাৰীত ব’ৰ্ডে বিচিচিআইৰ নতুন সম্পাদক আৰু কোষাধ্যক্ষ নিযুক্তিৰ বাবে বিশেষ বৈঠক আহ্বান কৰিছে।

বিচিচিআইৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ৪৫ দিনৰ ভিতৰত যিকোনো খালী পদত নতুনকৈ নিযুক্তি দিয়াটো বাধ্যতামূলক। পিটিআইৰ উদ্ধৃতি দি এখন ৰাজ্যিক ক্ৰিকেট সংস্থাই কয়, ‘বৃহস্পতিবাৰে অনুষ্ঠিত পৰিষদৰ বৈঠকৰ পিছত ৰাজ্যিক ক্ৰিকেট সন্থাৰ সকলোকে বিশেষ সাধাৰণ সভা সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰা হয়। অহা ১২ জানুৱাৰীত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই বৈঠক।’

উল্লেখ্য যে, জয় শ্বাহৰ উপৰি আশীষ শ্বেলাৰে শেহতীয়াকৈ গঠন হোৱা নতুন মহাৰাষ্ট্ৰ চৰকাৰত কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ বাবে কোষাধ্যক্ষৰ পদ এৰি দিছিল।

ইফালে ৰাজ্যিক ক্ৰিকেট সংস্থা সমূহলৈ প্ৰেৰণ কৰা বাৰ্তাত লিখিছে, ‘যিহেতু সচিব আৰু কোষাধ্যক্ষৰ পদ খালী হৈ পৰিছে, সেয়ে বিশেষ সাধাৰণ সভাত নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে এই পদসমূহ পূৰণ কৰাটো প্ৰয়োজনীয়।’

বিচিচিআইৰ এই আভ্যন্তৰীণ নিৰ্বাচনৰ নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে প্ৰাক্তন নিৰ্বাচন আয়ুক্ত আচল কুমাৰ জ্যোতিক। তেওঁ ২০১৭ চনৰ জুলাইৰ পৰা ২০১৮ চনৰ জানুৱাৰীলৈকে ভাৰতৰ নিৰ্বাচন আয়ুক্ত আছিল।

উল্লেখ্য যে, সম্প্ৰতি দেৱজিৎ শইকীয়াই বিচিচিআইৰ ভাৰপ্ৰাপ্ত সচিব হিচাপে দায়িত্বত আছে, আনহাতে খালী হৈ আছে কোষাধ্যক্ষৰ পদ। দুয়োটা পদৰ বাছনি সৰ্বসন্মতিক্ৰমে হ’ব বুলি আশা কৰা হৈছে।

Tags: #BCCIBCCI SecretaryDevajit Lon SaikiaICCJay Shah

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025