• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

বাল্য বিবাহৰ বিৰুদ্ধে নিশা ৰাজ্যজুৰি চলিল অভিযান; গ্ৰেপ্তাৰ ৪১৬ জন লোক

Nation NE by Nation NE
December 22, 2024
in অসম, Top News
0 0
‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা অসম চৰকাৰে ইয়াৰ বিৰুদ্ধে পুনৰ চলাইছে অভিযান। বাল্যবিবাহৰ বিৰুদ্ধে শনিবাৰে নিশা চলোৱা তৃতীয় পৰ্যায়ৰ অভিযানত ৪১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

অভিযানৰ পিছত আৰক্ষীয়ে ৩৩৫টা গোচৰ পঞ্জীয়ন কৰিছে আৰু দেওবাৰে গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতত হাজিৰ কৰোৱা হ’ব।

‘বাল্যবিবাহৰ বিৰুদ্ধে অসমৰ যুঁজ অব্যাহত আছে। ২১-২২ ডিচেম্বৰৰ নিশা চলা তৃতীয় পৰ্যায়ৰ অভিযানত ৪১৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৩৩৫টা গোচৰ পঞ্জীয়ন কৰা হয়। ধৃত ব্যক্তিকেইজনক আজি আদালতত হাজিৰ কৰোৱা হ’ব। এই সামাজিক দুষ্টতাৰ অন্ত পেলাবলৈ আমি সাহসী পদক্ষেপ গ্ৰহণ কৰি যাম’, সামাজিক মাধ্যম এক্সযোগে এই প’ষ্ট কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ৰাজ্য চৰকাৰে ২০২৩ চনৰ ফেব্ৰুৱাৰী আৰু অক্টোবৰ মাহত দুটা পৰ্যায়ত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। ফেব্ৰুৱাৰী মাহত প্ৰথম পৰ্যায়ত ৩,৪৮৩ জন লোক গ্ৰেপ্তাৰ কৰা হয় আৰু ৪,৫১৫ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে অক্টোবৰ মাহত চলা দ্বিতীয় পৰ্যায়ৰ অভিযানত ৯১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু ৭১০ টা গোচৰ পঞ্জীয়ন কৰা হয়।

Tags: #AssamAssam PoliceChild MarriageHimanta Biswa Sarma

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025