• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰদিনৰ দিনা ঘৰতেই বনাওক Tasty ইটালীয়ান চকলেট কেক

Nation NE by Nation NE
December 24, 2024
in Top News, বিনোদন
0 0
বৰদিনৰ দিনা ঘৰতেই বনাওক Tasty ইটালীয়ান চকলেট কেক
Share on FacebookShare on TwitterWhatsApp

খ্ৰীচমাষ্টৰ দিনা বহু লোকে ঘৰতে পাৰ্টিৰ আয়োজন কৰে। এনে পৰিস্থিতিত ঘৰৰ সাজ-সজ্জাৰ পৰা আৰম্ভ কৰি খাদ্যৰ সকলোৰে দায়িত্ব তেওঁলোকৰ ওপৰত থাকে।

বৰদিনৰ পাৰ্টিত কেক আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য সামগ্ৰী। বেছিভাগ মানুহেই বেকাৰীৰ পৰা চকলেট বা বিভিন্ন ধৰণৰ কেক অৰ্ডাৰ কৰে। কিন্তু আপুনি বৰদিনৰ দিনটো ঘৰতেই সুস্বাদু কেক বনাব পাৰিব আৰু সেয়াও অতি সহজ পদ্ধতিৰে। আজি আমি আপোনালোকক জনাম ইটালীয়ান চকলেট কেকৰ ৰেচিপি-

ইটালীয়ান চকলেট কেকক Torta al Cioccolato কেক বুলি জনা যায়। ই খাবলৈ অতি সোৱাদযুক্ত। অতি সহজে ঘৰতে বনাব পাৰিব। এই কেকটো গ্লুটেন মুক্ত। পিহি লোৱা বাদাম, আলমণ্ড আদি সামগ্ৰী এই কেকত ব্যৱহাৰ কৰা হয়।

প্ৰয়োজনীয় সামগ্ৰী-

এই কেক বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে- এটা বাটাৰ, চকলেট, ক’ক’ পাউদাৰ, এস্প্ৰেছ’ পাউদাৰ, দুটা কণী, চেনি, আলমণ্ডৰ আটা, নিমখ আৰু ডাৰ্ক ৰাম।

এটা মধ্যমীয়া আকাৰৰ কেৰাহীত চকলেট আৰু বাটাৰ দি কম জুইত গলিব দিব লাগিব। চকলেট, ক’ক’ পাউদাৰ আৰু এস্প্ৰেছ’ পাউদাৰ দি দিব।

চকলেটখিনি কেইমিনিটমান গৰম কৰি ল’লে কোমল হ’ব। তাৰপাছত এইখিনি অলপ ঠাণ্ডা হ’বলৈ দিব লাগিব। এটা ডাঙৰ বাটিত কণী আৰু চেনি মিহলাই ভালদৰে মিহলাই ল’ব লাগিব। মিশ্ৰণটো পাতল আৰু ফুলি উঠা হ’ব লাগে, ইয়াৰ বাবে পেষ্টটো ৩-৪ মিনিট ফেটি ল’ব লাগিব।

তাৰপাছত তাত গলি যোৱা চকলেট আৰু বাটাৰৰ মিশ্ৰণটো দি ভালদৰে মিহলাই লৈ ল’ব। ইয়াৰ পিছত তাত আলমণ্ডৰ আটা আৰু অলপ নিমখ দি সম্পূৰ্ণ দ্ৰৱীভূত হোৱালৈকে ফেটি ল’ব। প্ৰথমে অভেনটো ১৭৫ ডিগ্ৰী চেলছিয়াছ (৩৫০ ডিগ্ৰী ফাৰেনহাইট) লৈ গৰম কৰি ল’ব। ইয়াৰ পিছত কেক ষ্টেণ্ডত বাটাৰ পেপাৰেৰে লাইন কৰি লৈ ভালদৰে লগাই চেট কৰিব। এতিয়া এই বেটাৰটো প্ৰস্তুত কৰা কেৰাহীত ঢালি ২৫-৩০ মিনিট বেক কৰি ল’ব। টুথপিক সুমুৱাইও পৰীক্ষা কৰিব ল’ব পাৰে। কেকটো অভেনৰ পৰা উলিয়াই ঠাণ্ডা হ’বলৈ দিব। ফ্ৰীজৰ পৰা কেকটো উলিয়াই ওপৰত চকলেট দি ধুনীয়াকৈ সজাই পৰিবেশন কৰিব।

Tags: CakeCelebrationChristmas

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025