• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
27 °c
Guwahati
27 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰদিনৰ দিনা ঘৰতেই বনাওক Tasty ইটালীয়ান চকলেট কেক

Nation NE by Nation NE
December 24, 2024
in Top News, বিনোদন
0 0
বৰদিনৰ দিনা ঘৰতেই বনাওক Tasty ইটালীয়ান চকলেট কেক
Share on FacebookShare on TwitterWhatsApp

খ্ৰীচমাষ্টৰ দিনা বহু লোকে ঘৰতে পাৰ্টিৰ আয়োজন কৰে। এনে পৰিস্থিতিত ঘৰৰ সাজ-সজ্জাৰ পৰা আৰম্ভ কৰি খাদ্যৰ সকলোৰে দায়িত্ব তেওঁলোকৰ ওপৰত থাকে।

বৰদিনৰ পাৰ্টিত কেক আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য সামগ্ৰী। বেছিভাগ মানুহেই বেকাৰীৰ পৰা চকলেট বা বিভিন্ন ধৰণৰ কেক অৰ্ডাৰ কৰে। কিন্তু আপুনি বৰদিনৰ দিনটো ঘৰতেই সুস্বাদু কেক বনাব পাৰিব আৰু সেয়াও অতি সহজ পদ্ধতিৰে। আজি আমি আপোনালোকক জনাম ইটালীয়ান চকলেট কেকৰ ৰেচিপি-

ইটালীয়ান চকলেট কেকক Torta al Cioccolato কেক বুলি জনা যায়। ই খাবলৈ অতি সোৱাদযুক্ত। অতি সহজে ঘৰতে বনাব পাৰিব। এই কেকটো গ্লুটেন মুক্ত। পিহি লোৱা বাদাম, আলমণ্ড আদি সামগ্ৰী এই কেকত ব্যৱহাৰ কৰা হয়।

প্ৰয়োজনীয় সামগ্ৰী-

এই কেক বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে- এটা বাটাৰ, চকলেট, ক’ক’ পাউদাৰ, এস্প্ৰেছ’ পাউদাৰ, দুটা কণী, চেনি, আলমণ্ডৰ আটা, নিমখ আৰু ডাৰ্ক ৰাম।

এটা মধ্যমীয়া আকাৰৰ কেৰাহীত চকলেট আৰু বাটাৰ দি কম জুইত গলিব দিব লাগিব। চকলেট, ক’ক’ পাউদাৰ আৰু এস্প্ৰেছ’ পাউদাৰ দি দিব।

চকলেটখিনি কেইমিনিটমান গৰম কৰি ল’লে কোমল হ’ব। তাৰপাছত এইখিনি অলপ ঠাণ্ডা হ’বলৈ দিব লাগিব। এটা ডাঙৰ বাটিত কণী আৰু চেনি মিহলাই ভালদৰে মিহলাই ল’ব লাগিব। মিশ্ৰণটো পাতল আৰু ফুলি উঠা হ’ব লাগে, ইয়াৰ বাবে পেষ্টটো ৩-৪ মিনিট ফেটি ল’ব লাগিব।

তাৰপাছত তাত গলি যোৱা চকলেট আৰু বাটাৰৰ মিশ্ৰণটো দি ভালদৰে মিহলাই লৈ ল’ব। ইয়াৰ পিছত তাত আলমণ্ডৰ আটা আৰু অলপ নিমখ দি সম্পূৰ্ণ দ্ৰৱীভূত হোৱালৈকে ফেটি ল’ব। প্ৰথমে অভেনটো ১৭৫ ডিগ্ৰী চেলছিয়াছ (৩৫০ ডিগ্ৰী ফাৰেনহাইট) লৈ গৰম কৰি ল’ব। ইয়াৰ পিছত কেক ষ্টেণ্ডত বাটাৰ পেপাৰেৰে লাইন কৰি লৈ ভালদৰে লগাই চেট কৰিব। এতিয়া এই বেটাৰটো প্ৰস্তুত কৰা কেৰাহীত ঢালি ২৫-৩০ মিনিট বেক কৰি ল’ব। টুথপিক সুমুৱাইও পৰীক্ষা কৰিব ল’ব পাৰে। কেকটো অভেনৰ পৰা উলিয়াই ঠাণ্ডা হ’বলৈ দিব। ফ্ৰীজৰ পৰা কেকটো উলিয়াই ওপৰত চকলেট দি ধুনীয়াকৈ সজাই পৰিবেশন কৰিব।

Tags: CakeCelebrationChristmas

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025