• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    ঈদ-উজ-জোহাৰ সময়তে ৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ অবৈধ…

    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান

    পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      টি-২০ বিশ্বকাপৰ বাবে ঘোষণা টীম ইণ্ডিয়া, জানক কেতিয়া আৰু কিমান দিনলৈ চলিব প্ৰতিযোগিতা?

      Nation NE by Nation NE
      December 24, 2024
      in Top News, ক্ৰীড়া
      0 0
      টি-২০ বিশ্বকাপৰ বাবে ঘোষণা টীম ইণ্ডিয়া, জানক কেতিয়া আৰু কিমান দিনলৈ চলিব প্ৰতিযোগিতা?
      Share on FacebookShare on TwitterWhatsApp

      টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হৈছে টীম ইণ্ডিয়া। অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ, যাৰ বাবে ভাৰতীয় দলটো নিৰ্বাচিত হৈছে। এই দলটোৰ কমাণ্ড কোনে ল’ব সেই সন্দৰ্ভত ২৪ ডিচেম্বৰত সিদ্ধান্ত লোৱা হয়। টুৰ্ণামেণ্টৰ ডিফেণ্ডিং চেম্পিয়ন ভাৰত।

      মালয়েছিয়াত আয়োজন কৰা এই প্ৰতিযোগিতাত ভাৰতকে ধৰি ১৬টা দলে অংশগ্ৰহণ কৰিব। ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৫ চনৰ ২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপ।

      কৰ্ণাটকৰ নিকি প্ৰসাদে অহা বৰ্ষৰ ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত দলটোৰ অধিনায়কত্ব কৰিব। দক্ষিণ আফ্ৰিকা আৰু ইণ্ডিয়া এৰ বিৰুদ্ধে খেলা ১৯ বছৰ অনুৰ্ধ মহিলাৰ খেলখনত ইণ্ডিয়া বি দলৰ অধিনায়কত্ব কৰিছিল নিকিয়ে। বাংলাদেশৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপতো ভাৰতীয় দলৰ অধিনায়ক আছিল।

      ভাৰতীয় দলটো প্ৰতিযোগিতাখনৰ ডিফেণ্ডিং চেম্পিয়ন। এইবাৰো দলটোত এনে বহু মুখ আছে, যিসকল বিগত বৰ্ষৰ দক্ষিণ আফ্ৰিকাৰ বিজয়ী দলটোৰ অংশ আছিল। সেই নামবোৰৰ ভিতৰত জি. তৃষা, এম ডি শ্ববনম আৰু সোণম যাদৱৰ নাম সন্নিবিষ্ট কৰা হৈছে।

      ৪টা গ্ৰুপত বিভক্ত হোৱা ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিটো গ্ৰুপত ৪টাকৈ দল থাকে, য’ত ভাৰত এ গ্ৰুপত আছে। ভাৰতৰ বাহিৰেও গ্ৰুপ এত আছে মালয়েছিয়া, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা।

      ১৯ জানুৱাৰীৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতা আৰম্ভ কৰিব। গ্ৰুপ পৰ্যায়ৰ সকলো খেল কুৱালালামপুৰত অনুষ্ঠিত হ’ব।

      Tags: #cricketSportsTeam India

      Related Posts

      বিধানসভা নিৰ্বাচনৰ পূৰ্বে চিৰাগ পাছৱানৰ ডাঙৰ ঘোষণা, ‘এন ডি এ শক্তিশালী কৰাৰ বাবে মোৰ দল…
      Top News

      June 8, 2025
      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
      Top News

      ঈদ-উজ-জোহাৰ সময়তে ৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ অবৈধ…

      June 8, 2025
      ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…
      Top News

      শৰীৰত ভিটামিন ইৰ অভাৱ কিয় হয়? কি কি লক্ষণ দেখা যায়?

      June 8, 2025
      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো ঘটনা…

      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…

      June 8, 2025
      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      June 8, 2025

      শীৰ্ষ সংবাদ

      বিধানসভা নিৰ্বাচনৰ পূৰ্বে চিৰাগ পাছৱানৰ ডাঙৰ ঘোষণা, ‘এন ডি এ শক্তিশালী কৰাৰ বাবে মোৰ দল…

      ঈদ-উজ-জোহাৰ সময়তে ৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ অবৈধ…

      শৰীৰত ভিটামিন ইৰ অভাৱ কিয় হয়? কি কি লক্ষণ দেখা যায়?

      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো ঘটনা…

      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist