• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰদিনৰ আনন্দ-উছাহৰ মাজতে ভয়ংকৰ বিমান দুৰ্ঘটনা; ৫২ জন লোকৰ মৃত্যু

Nation NE by Nation NE
December 25, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বৰদিনৰ আনন্দ-উছাহৰ মাজতে ভয়ংকৰ বিমান দুৰ্ঘটনা; ৫২ জন লোকৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

কাজাখাস্তানৰ আকটাউ বিমানবন্দৰৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আজাৰবাইজান এয়াৰলায়েন্সৰ এখন বিমান। কাজাখাস্তানৰ জৰুৰীকালীন বিভাগে জানিব দিয়া অনুসৰি এই দুৰ্ঘটনাটোত ৫২ জন লোকৰ মৃত্যু হৈছে।

বুধবাৰে আজাৰবাইজান এয়াৰলায়েন্সে জানিব দিয়া অনুসৰি, দ্যা এম্ব্ৰেয়ৰ ১৯০ বিমানখন জৰুৰীকালীনভাৱে আকটাউ বিমান বন্দৰত অৱতৰণ কৰিবলগীয়া হয়। অৱতৰণৰ সময়তে বিমানখন দুৰ্ঘটনাত পতিত হয়।

কাজাখাস্তানৰ চৰকাৰৰ তৰফৰ পৰা জানিব দিয়া অনুসৰি দুৰ্ঘটনাস্থলত ৫০ৰো অধিক উদ্ধাৰকাৰী লোক উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা চলোৱাৰ লগতে যাত্ৰীসকলক উদ্ধাৰৰ বাবে ক্ষীপ্ৰ গতিত অভিযান চলায়।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বিমানখনত ৬৭ গৰাকী যাত্ৰী আৰু পাঁচগৰাকী ক্ৰিউ মেম্বাৰ উপস্থিত আছিল।

প্ৰাৰম্ভিক খবৰ অনুসৰি, দুৰ্ঘটনাটোত কিছু সংখ্যক লোকৰ প্ৰাণ ৰক্ষা পৰে। প্ৰথম অৱস্থাত কোৱা হৈছিল যে বিমানখনত ১০০ ৰো অধিক যাত্ৰী আছিল।

এই ভয়ংকৰ দুৰ্ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভাইৰেল ভিডিঅ’সমূহত দেখা পোৱা যায় যে বিমানখনে তীব্ৰ গতিত আকাশমাৰ্গৰ পৰা ভূ-পৃষ্ঠৰ দিশে নামি আহিছে আৰু কেই ছেকেণ্ডমানৰ ভিতৰতে বিমানখন দুৰ্ঘটনাত পতিত হয়।

ভিডিঅ’ত দেখা পোৱা অনুসৰি, দুৰ্ঘটনা হোৱাৰ পিছতে এক প্ৰচণ্ড বিস্ফোৰণ আৰু ইয়াৰ পিছত জুই আৰু ধোঁৱাই সমগ্ৰ অঞ্চলটো আৱৰি ধৰে।

খবৰ অনুসৰি বিমানখন আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা ৰাছিয়াৰ চেচেনিয়া প্ৰদেশৰ গ্ৰ’জনি চহৰলৈ ৰাওনা হৈছিল। কিন্তু ঘন কুঁৱলীৰ বাবে ই বিকল্প পথৰ দিশে গতি কৰে আৰু সেই সময়ত দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।

Tags: KazakhstanPlane Crash

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025