• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

INDI মিত্ৰজোঁটৰ পৰা কংগ্ৰেছক বাহিৰ কৰি দিয়াৰ হুমকি AAPৰ

Nation NE by Nation NE
December 26, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
INDI মিত্ৰজোঁটৰ পৰা কংগ্ৰেছক বাহিৰ কৰি দিয়াৰ হুমকি AAPৰ
Share on FacebookShare on TwitterWhatsApp

দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল আম আদমি পাৰ্টী চমুকৈ আপ আৰু কংগ্ৰেছ দলৰ মাজত বৃদ্ধি পাইছে বিবাদ। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী আৰু আপৰ ৰাজ্যসভা সাংসদ সঞ্জয় সিঙে এক সংবাদমেলৰ জৰিয়তে কংগ্ৰেছ নেতা অজয় মাকেনৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে।

সিঙে কয়, ‘অৰবিন্দ কেজৰিৱালক ৰাষ্ট্ৰ বিৰোধী আখ্যা দিছে অজয় মাকেনে, ২৪ ঘণ্টাৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যদি কংগ্ৰেছে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কংগ্ৰেছক ইণ্ডি মিত্ৰজোঁটৰ পৰা বাহিৰ কৰাৰ দাবী জনাব আপে।’

উল্লেখ্য যে, ৰাজ্যসভাৰ সাংসদ অজয় মাকেন কংগ্ৰেছৰ কোষাধ্যক্ষ। তেওঁ কংগ্ৰেছ চৰকাৰৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীও আছিল।

সঞ্জয় সিঙে লগতে আৰু কয়, ‘দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ তালিকা বিজেপিয়ে প্ৰস্তুত কৰা যেন লাগিছে, ‘আপ’ক ক্ষতি কৰাটোৱে হৈছে ইয়াৰ উদ্দেশ্য।’

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিক জয়ী কৰাবলৈ কংগ্ৰেছে যৎপৰোনাস্তি চেষ্টা চলাই থকা বুলিও মন্তব্য কৰিছে সাংসদ সঞ্জয় সিঙে।

মুখ্যমন্ত্ৰী আতিশীয়ে কয়, ‘কংগ্ৰেছে আপক পৰাস্ত কৰি বিজেপিক জয়ী কৰিবলৈ গোপন বুজাবুজি কৰিছে। যদি তেনেকুৱা নহয়, তেন্তে ২৪ ঘন্টাৰ ভিতৰত অজয় ​মাকেনৰ বিৰুদ্ধে কংগ্ৰেছে ব্যৱস্থা গ্ৰহণ কৰক, মোৰ আৰু অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা যুৱ কংগ্ৰেছৰ বিৰুদ্ধে ব্যৱস্থা লওক।’

উল্লেখ্য যে, দিল্লী বিধানসভা নিৰ্বাচন সন্দৰ্ভত বুধবাৰে আপ আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে শ্বেতপত্ৰ প্ৰকাশ কৰে। এই সময়ছোৱাত কংগ্ৰেছৰ নেতা অজয় মাকেনে দুয়োখন চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ লগতে কৈছিল, ‘পূৰ্বে কেজৰিৱালক সমৰ্থন দিয়াটো আৰু মিত্ৰতা কৰাটো ভুল আছিল। কেজৰিৱাল ভৰসাৰ যোগ্য নহয়। তেওঁৰ কোনো আদৰ্শ নাই। কেজৰিৱাল ৰাষ্ট্ৰ বিৰোধী।’

স্মৰ্তব্য যে আপ আৰু কংগ্ৰেছ হৈছে ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ অংশীদাৰী দল। অৱশ্যে দুয়োটা দলে দিল্লী বিধানসভা নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা বছৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত আপে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰো বুলি ঘোষণা কৰাৰ পিছতে দুয়োটা দলৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে।

Tags: #AAP#CongressAjay MakenDelhi AsseSanjay Singh

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025